• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সবিশেষ তদন্ত হ’ব দেৰগাঁৱৰ ভয়াৱহ দুৰ্ঘটনাৰ : দিল্লীৰ পৰা আহিছে বিশেষজ্ঞৰ দল

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 5, 2024 8:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেৰগাঁৱত ১২ জন লোকৰ প্ৰাণহানি হোৱা কৰুণ পথ দুৰ্ঘটনাৰ এদিন পিছতে বৃহস্পতিবাৰে দিল্লীস্থিত ছেভ লাইফ ফাউণ্ডেশ্যন (এছএলএফ) নামৰ এটা সংস্থাৰ তিনিজনীয়া বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হয়।

খবৰ অনুসৰি দলটোৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই মৰ্মান্তিক দুৰ্ঘটনাৰ কাৰণসমূহৰ তদন্ত আৰম্ভ কৰিছে। অসম চৰকাৰে সংগঠনটোৰ সদস্যসকলক দেৰগাঁৱৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি বিষয়টোৰ তদন্ত কৰিবলৈ অনুৰোধ জনোৱা বুলি জানিব পৰা গৈছে।

বিশেষজ্ঞসকলে বৈজ্ঞানিক কৌশলৰ ভিত্তিত বিশদ তদন্ত আৰম্ভ কৰাৰ লগতে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ চিনাক্ত কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

বাতৰি অনুসৰি, বিষয়টোৰ তদন্তৰ প্ৰাৰম্ভিক পৰ্যায় হিচাপে তিনিজনীয়া দলটোৱে ঘটনাস্থলী পৰীক্ষা কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত দলটোৱে মুখামুখি সংঘৰ্ষৰ বলি হোৱা বাহন দুখন পৰিদৰ্শন কৰিব।

সেই স্থানত উপস্থিত পৰিবহণ বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, দিল্লীৰ পৰা অহা দলটোৱে তদন্ত আৰম্ভ কৰিছে আৰু শুকুৰবাৰে এই তদন্ত সমাপ্ত হ’ব।

বিষয়াগৰাকীয়ে কয়, ‘দলটো দিল্লীৰ পৰা আহি কিয় আৰু কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হয় আৰু ঘটনাৰ পিছত কি হৈছিল সেই বিষয়ে সোধা-পোছা কৰিছে।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

September 10, 2025 8:52 am
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

September 10, 2025 8:10 am
WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

September 10, 2025 6:49 am
সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

September 10, 2025 8:52 am
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

September 10, 2025 8:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd