• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰশাসনৰ নিৰ্দেশৰ পাছতো নিৰ্বাচনৰ পূৰ্বে বহুলোকে জমা দিয়া নাই অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
March 28, 2019 9:18 pm
Arms-750x375

লখিমপুৰত অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ এজন গৰাকীয়ে নিজৰ অস্ত্ৰ আৰক্ষীৰ হাতত জমা দিয়াৰ দৃশ্য

232
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ পূৰ্বে লখিমপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো অনুজ্ঞাপত্ৰ থকা অস্ত্ৰসমূহৰ গৰাকীক অস্ত্ৰসমূহ ২২ মাৰ্চৰ ভিতৰত নিৰ্ধাৰিত আৰক্ষী চকীত জমা দিয়াৰ নিৰ্দেশ দিয়াৰ পাছতো এতিয়ালৈ বহুতো গৰাকীয়ে নিজৰ নিজৰ লগত থকা অস্ত্ৰসমূহ আৰক্ষীৰ হাতত জমা দিয়া নাই।

লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি নিৰ্বাচনী প্ৰতিনিধি সকলৰ সৈতে আলোচনাৰ পাছতো এতিয়াও অনুজ্ঞাপত্ৰ থকা গৰাকীয়ে অস্ত্ৰ ওভোটাই নিদিয়া কথাটোৱে তাৎপৰ্য্য বহন কৰিছে।

উল্লেখযোগ্য যে, ১১ এপ্ৰিলত সমষ্টিটোত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন শান্তিপুৰ্ণভাবে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে জিলা প্ৰশাসনে সকলো অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ জমা দিবলৈ নিৰ্দেশ দিছিল যাতে অস্ত্ৰৰ কোনোধৰণৰ অপব্যৱহাৰ কৰা নহয়।

আনহাতে, জিলাখনৰ বহু অনুজ্ঞাপত্ৰ অস্ত্ৰৰ ম্যাদ ইতিমধ্যে উকলি যোৱাৰ পাছতো অস্ত্ৰৰ গৰাকীয়ে অনুজ্ঞাপত্ৰৰ পুনৰ পঞ্জীয়ণ কৰা নাই। জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা আৰু সুৰক্ষাৰ লগত জড়িত বিষয়টোৰ ওপৰতো মনোযোগিতাৰে কাম নকৰাত স্থানীয় ৰাইজৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd