• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Northeast Now Impact: বাতৰি কৰাৰ এদিন পাছতেই DCP,ৰাজকন্যা কাণ্ডৰ তদন্তকাৰী বিষয়াক তলব DGPৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 17, 2021 9:07 pm
DGP Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Northeast Now Impact: কালি ৰাজকন্যা কাণ্ডত নাম সাঙোৰ খোৱা বিতৰ্কিত ঠিকাদাৰ পংকজ সাধনীদাৰ তদন্তৰ আওতালৈ নহা আৰু থানাত হাজিৰ নোহোৱাক কেন্দ্ৰ কৰি এক বাতৰি প্ৰকাশ কৰিছিল নৰ্থ ইষ্ট নাওৱে।

তাৰ পাছতে DCP আৰু তদন্তকাৰী বিষয়াক তলব কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

তলব কৰাৰ পাছতে দুয়ো উপস্থিত হয় উলুবাৰীস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ত। তদন্ত লেহেমীয়া গতিত আগবঢ়াক লৈ অসন্তুষ্ট DGP ভাস্কৰজ্যোতি মহন্ত।

ৰাজকন্যা কাণ্ডৰ তদন্তৰ কিমান খিনি আগ বাঢ়িছে সেই সম্পৰ্কে বুজ লয় আৰক্ষী সঞ্চালক প্ৰধানে।

আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্ৰই জনাইছে এই কথা।

DGP ভাস্কৰজ্যোতি মহন্তৰ এই পদক্ষেপে কেৱল পুঠি খলিহনাই নহয়, ৰৌ বৰালিও জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ইংগিত বহন কৰিছে।

ইপিনে, আজি দিছপুৰ থানাত হোটেল ভিভান্তাৰ কেইবাজনো কৰ্মচাৰীক জেৰা চলোৱা হয় বুলি জানিব পৰা গৈছে। কিন্তু জেৰা কৰা হোৱা নাই ভিভান্তাৰ শীৰ্ষ বিষয়ববীয়াক।

আনহাতে, বৰ্তমানলৈকে জেৰা কৰা নাই পাৰ্টীৰ মূল আয়োজক পংকজ সাধনীদাৰক।

কালি নৰ্থ ইষ্ট নাওৱে প্ৰকাশ কৰা বাতৰি অনুসৰি বিজেপিৰ আশীৰ্বাদপুষ্ট হোৱাৰ বাবেই তদন্তৰ আওতালৈ অহা নাই নেকি ঠিকাদাৰ পংকজ সাধনীদাৰ? ডাঃ নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰি মুকলি কৰাৰ পাছতে হঠাৎ কিয় স্থবিৰ ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে তদন্ত?

উল্লেখযোগ্য যে, নৈশ কাৰ্ফিউ ভংগ কৰি নিশা ১০ বজাৰ পাছতো মহানগৰীৰ বিলাসী হোটেল ভিভান্তাত নিজৰ কন্যাৰ জন্মদিনৰ পাৰ্টি আয়োজন কৰাৰ গুৰুতৰ অভিযোগ উঠিছে পংকজ সাধনীদাৰৰ বিৰুদ্ধে। 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd