• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেট্ৰিকৰ ফলাফলত পুনৰ শীৰ্ষত ধেমাজি জিলা; সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হাইলাকান্দিত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2019 10:16 am
1.8k
VIEWS
Share on FacebookShare on Twitter

২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ৮৩.২৮ শতাংশৰ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে বান বিধ্বস্ত ধেমাজি জিলাই।

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধেমাজি জিলাৰ সৰ্বমুঠ ১২,৬৫০ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ১০,৫৩৫ জনে সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ১,৭৮২ গৰাকী, দ্বিতীয় বিভাগত ৪,০৩৯ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৭১৪ গৰাকী পৰীক্ষাৰ্থী।

আনহাতে ধেমাজিৰ পাছতে ৭০.২০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থান লাভ কৰিছে শিৱসাগৰ জিলাই। জিলাখনত ১২,৬১৬ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ৮,৮৫৬ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ২৭৫৮ গৰাকী, দ্বিতীয় বিভাগত ৩১১১ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ২৯৮৭ গৰাকী।

ইফালে ৭০.০৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে শিক্ষাৰ নৱদ্বীপৰূপে খ্যাত নলবাৰী জিলা। জিলাখনৰ ১০,১৩৫ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ৭১০৩ গৰাকী পৰীক্ষাৰ্থী। প্ৰথম বিভাগত ২০৪৫ গৰাকী, দ্বিতীয় বিভাগত ২৫৪৯ গৰাকী আৰু তৃতীয় বিভাগত ২৫০৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়।

উল্লেখ্য যে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বনিম্ন ফলাফল প্ৰদৰ্শন কৰে হাইলাকান্দি জিলাই। জিলাখনৰ উত্তীৰ্ণৰ হাৰ হৈছে ৩৯.০১ শতাংশ।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd