• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শচীন-সেহৱাগৰ লগতে কিয় গম্ভীৰকো দলৰ পৰা বাদ দিব বিচাৰিছিল ধোনীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2019 2:27 pm
gambhir-dhoni_
2.6k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ক্ৰিকেট ভৱিষৎ কি হ’ব তাক লৈ সৰৱ চৰ্চা চলি থকাৰ সময়তে এক বিস্ফোৰণ ঘটাইছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বাওঁহতীয়া বেটছমেন তথা বৰ্তমানৰ সাংসদ গৌতম গম্ভীৰে।

২১ জুলাই অৰ্থাৎ দেওবাৰে ভাৰতীয় দল ঘোষণাৰ বাবে মিলিত হ’ব নিৰ্বাচক মণ্ডলী। ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ঘোষণা কৰিব লগীয়া দলত ধোনীয়ে দলত স্থান লাভ কৰি নে নাই সেয়া সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ সময়তে আৱেগক একাষৰীয়া কৰি দল নিৰ্বাচনত গুৰুত্ব দিব লাগে বুলি গম্ভীৰে মন্তব্য কৰিছে।

‘ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰখাটো গুৰুত্বপূৰ্ণ। ধোনী যেতিয়া দলৰ অধিনায়ক আছিল, তেওঁ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিনিয়োগ কৰিছিল। ধোনীয়ে অষ্ট্ৰেলিয়াত কোৱা মোৰ এতিয়াও মনত আছে যে মই, শচীন আৰু সেহৱাগ একেলগে তিনিওজনে চি বি ছিৰিজ খেলিব নোৱাৰো। কিয়নো তাৰ ষ্টেডিয়াম সমূহ যথেষ্ট ডাঙৰ’।  এটা নিউজ চেনেলৰ আছুতীয়া সাক্ষাৎকাৰত এইদৰে কয় গম্ভীৰে।

ইফালে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্ব সন্দৰ্ভতো প্ৰাক্তন বাঁওহতীয়া বেটছমেন গৰাকীয়ে কেতবোৰ গুৰত্বপূৰ্ণ মন্তব্য কৰে।

‘যদি আপুনি পৰিসংখ্যা চাই তেন্তে নিশ্চিত ভাৱে ধোনী শ্ৰেষ্ঠ অধিনায়ক। কিন্তু সেইটোৱে এইটো নুবুজায় যে আন আন ভাৰতীয় অধিনায়ক সকল ব্যৰ্থ হৈছে। ভাৰতীয় ক্ৰিকেটত সৌৰভ গাংগুলীৰ অৰিহনাও গুৰুত্বপূৰ্ণ। আমি তেওঁৰ নেতৃত্বতে বিদেশত ছিৰিজ জয় হৈছিলো। বিৰাট কোহলিৰ নেতৃত্বত ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাত এদিনীয়া শৃংখলা আৰু অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ী হৈছে’। এই মন্তব্য গম্ভীৰৰ।

তেওঁ লগতে কয়, ‘এইটো সঁচা যে ধোনীৰ নেতৃত্বত ভাৰতে ২০০৭ টি টুৱেণ্টি আৰু ২০১১ত এদিনীয়া বিশ্বকাপ জয়ী হৈছে। কিন্তু তাৰ মানে এইটো ঠিক নহয় যে সফলতাৰ সকলো কৃতিত্ব তেওঁকে দিব আৰু বিফলতাৰ বাবেও তেওঁকে দোষাৰোপ কৰিব’।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd