• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধোনীৰ সৈতে কেনেকুৱা সম্পৰ্ক আছিল? কেপ্তেইন কুলৰ সন্দৰ্ভত কি ৰায় অভিনেত্ৰী ৰাই লক্ষ্মীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2023 3:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ তেতিয়াৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ২০১০ চনত সাক্ষী সিং ৰাৱটৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেতিয়াৰ পৰা ১৩ বছৰ ধৰি তেওঁলোকে সুখেৰে জীৱন কটাইছে। কন্যা জীভা এতিয়া তেওঁলোকৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি। সাক্ষীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত ধোনীৰ কোনো নাৰীৰ সৈতে কোনো সম্পৰ্ক নাই যদিও বিয়াৰ পূৰ্বে কেইবাগৰাকীও নাৰীৰ সৈতে ক্ৰিকেটাৰগৰাকীৰ সম্পৰ্কৰ গুণগুণনি শুনা গৈছিল।

ধোনীৰ সম্পৰ্কৰ গুঞ্জনৰ ভিতৰত এগৰাকী আছিল অভিনেত্ৰী দীপিকা পাডুকন। ধোনীৰ আৰু অন্ততঃ আন এগৰাকী অভিনেত্ৰীৰ সৈতে সম্পৰ্ক থকা বুলি চৰ্চা চলিছিল। কিন্তু অৱশেষত কোনো সম্পৰ্কই অৱশ্যে বাস্তৱ নহ’ল। ধোনীয়ে সাক্ষীৰ লগতেই বন্ধনত সোমাল। তেওঁ চাগে আৰু পুৰণি সম্পৰ্কৰ কথা নাভাবে। কিন্তু ধোনীৰ প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাসকলে তেওঁলোকৰ সম্পৰ্কৰ কথা এতিয়াও মনত ৰাখিছে।

২০০৮-২০০৯ চনলৈকে তামিল অভিনেত্ৰী ৰাই লক্ষ্মীৰ সৈতে ধোনীৰ সম্পৰ্ক আছিল। ২০০৮ চনত আৰম্ভ হৈছিল আই পি এল। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ধোনী ক্ৰিকেট কেৰিয়াৰৰ মাজভাগত আছিল। তেতিয়া তেওঁৰ খ্যাতি আকাশলংঘী। লক্ষ্মী তেতিয়া এগৰাকী উদীয়মান অভিনেত্ৰী। এইগৰাকী সুন্দৰী অভিনেত্ৰী ধোনীৰ প্ৰেমত পৰিল।

ধোনীয়েও চাগে এই অভিনেত্ৰীগৰাকীৰ আকৰ্ষণৰ পৰা সাৰি যাব পৰা নাছিল। এই সম্পৰ্ক ২ বছৰ ধৰি চলিছিল। ২০০৮ চনৰ প্ৰথম আই পি এলত প্ৰতিখন মেচৰ পিছত পাৰ্টি আছিল। সেই পাৰ্টিত ধোনিৰ লগত ৰাই লক্ষ্মীক দেখা গৈছিল। জন্মদিনত চেন্নাই ছুপাৰ কিংছ আৰু ৰাষ্ট্ৰীয় দলৰ সতীৰ্থ সুৰেশ ৰাইনাৰ সৈতে উপস্থিত হৈছিল ধোনী। কিন্তু এই সম্পৰ্ক অৱশেষত ভাঙি গ’ল।

ধোনিৰ সৈতে সম্পৰ্ক সন্দৰ্ভত লক্ষ্মীয়ে কয়, ‘মই বিশ্বাস কৰোঁ, ধোনীৰ সৈতে মোৰ সম্পৰ্ক এটা দাগ বা এটুকুৰা ঘাঁৰ দৰে। বহু বছৰলৈ এই সম্পৰ্কৰ আঁচোৰ থাকিব।‘

ৰাই লক্ষ্মীৰ সৈতে বিচ্ছেদ ঘটাই ধোনীয়ে সাক্ষীৰ সৈতে নতুন সম্পৰ্ক গঢ়ি তুলিছিল। বিয়াও পাতিলে। ফলত ধোনীৰ ব্যক্তিগত জীৱনে নতুন ৰূপ লৈছিল। লক্ষ্মীৰ জীৱনেও এটা বেলেগ গতি লয়। এইগৰাকী অভিনেত্ৰী তামিল, তেলেগু, হিন্দী ছবিত অভিনয় কৰিছে। অজয় দেৱগনৰ সৈতে ‘ভোলা’ত অভিনয় কৰিছিল ৰাইলক্ষ্মীয়ে। ইয়াৰ উপৰিও লক্ষ্মীয়ে সোণাক্ষী সিনহাৰ সৈতে ‘আকিৰা’ ছবিত অভিনয় কৰিছিল।

সৰু পৰ্দাত কেইবাটাও শ্ব’তো তেওঁক দেখা গৈছে। লক্ষ্মীয়ে অভিনয়ৰ বাবেও বহু বঁটা লাভ কৰিছে। কেৰিয়াৰত সফলতা লাভ কৰাৰ পিছতো লক্ষ্মীয়ে মনত আছে ৰাখিছে ধোনীৰ সৈতে থকা সম্পৰ্কৰ কথা। ধোনীৰ প্ৰতি তেওঁ আজিও কৰ’বাত দুৰ্বল। অভিনেত্ৰীগৰাকীয়ে সেই কথা বুজাই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd