• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত ”তদানিন্তন বৃটিছ ভাৰতত ধুবুৰী : ৫১টা ঐতিহাসিক সমলৰ কাহিনী’’ শীৰ্ষক প্ৰদৰ্শনী

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
August 15, 2018 9:46 pm
IMG-20180814-WA0038
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ধুবুৰীৰ জিলা সংগ্ৰাহলয় কৰ্তৃপক্ষই প্ৰথম বাৰৰ বাবে ‘‘তদানিন্তন বৃটিছ ভাৰতত ধুবুৰী : ৫১টা ঐতিহাসিক সমলৰ কাহিনী’’ শীৰ্ষক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে।

এই অনুষ্ঠানত অধ্যক্ষতা কৰে জিলা সংগ্ৰাহলয়ৰ বিষয়া মৃন্ময় দাসে।

আজি ধুবুৰীৰ জিলা উন্নয়ন আয়ুক্ত বনশ্ৰী নাথে এই প্ৰদৰ্শনী উদ্বোধন কৰে। শ্ৰী দ্বীজেন ভকতে বন্তি প্ৰজ্বলন কৰি উদ্বোধনী অনুষ্ঠানটোক আশীষ প্ৰদান কৰে। এই অনুষ্ঠানত যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী, বিদ্বান ব্যক্তি আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে।

এই প্ৰদৰ্শনীত ডাক টিকট, নিত্য ব্যৱহাৰ্য সামগ্ৰী, যান্ত্ৰিক, মুদ্ৰা আদিকে ধৰি ৫১টা ঐতিহাসিক সমল প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। এই সামগ্ৰীসমূহ ঘাইকৈ দান প্ৰক্ৰিয়াৰ মাজেৰে লাভ কৰা হৈছে।

অধ্যক্ষ তথা জিলা সংগ্ৰাহলয়ৰ বিষয়া মৃন্ময় দাসে বৃটিছ শাসনৰ সময়ত ধুবুৰীৰ গুৰুতব সম্পৰ্কে এটা বৰ্ণনা দিবলৈ চেষ্টা কৰে।

অধ্যক্ষ তথা জিলা সংগ্ৰাহলয়ৰ বিষয়া মৃন্ময় দাসে নৰ্থ-ইষ্ট নাওক কৈছে যে প্ৰদৰ্শনীখন ঘাইকৈ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক উপলক্ষ্য কৰি অনুষ্ঠিত কৰা হৈছে।

প্ৰথম বাৰৰ বাবে অনুষ্ঠিত এই প্ৰদৰ্শনীত বৃটিছ শাসনৰ সময়ত ধুবুৰীত বাণিজ্যৰ প্ৰসাৰৰল দিশটোক তুলি ধৰা হয়। সেই সময়ত একমাত্ৰ ধুবুৰীতেই চাৰিও প্ৰকাৰৰ যোগাযোগ ব্যৱস্থা উপলব্ধ আছিল।

তাৰ উপৰিও এই প্ৰদৰ্শনীত ধুবুৰীৰ জাতীয়তাবাদী নেতা আৰু দেশপ্ৰেমিকসকলকো স্মৰণ কৰা হয়। প্ৰদৰ্শনীৰ মাজেৰে মহাত্মা গান্ধী আৰু নেতাজী সুভাষ চন্দ্ৰ বসু ধুবুৰীলৈ অহাৰ সোৱঁৰণীও স্মৰণ কৰা হয়।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd