• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ মৰ্য্যাদাত আপোচ নকৰাকৈ চীনৰ সৈতে চলিছে আলোচনা : ৰাজনাথ সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 10:59 am
CAB in parliament: Rajnath Singh asks BJP MPs to be present

ৰাজনাথ সিঙৰ ফাইল ছবি।

95k
VIEWS
Share on FacebookShare on Twitter

লাডাখকলৈ চলি থকা সপ্তাহজোৰা অচলাৱস্থাৰ সমাধান উলিয়াবলৈ ভাৰত আৰু চীনে সামৰিক আৰু কূটনৈতিক পৰ্য্যায়ত এলানি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে।

শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে।

অৱশ্য কেন্দ্ৰীয় চৰকাৰে কোনো পৰিস্থিতিতে ভাৰতৰ মৰ্য্যাদাত আঘাত পৰিবলৈ নিদিয়ে বুলি সিঙে দেশবাসীক আশ্বাস দিয়ে। Hindustantimes-ৰ এক বাতৰিত এইদৰে কোৱা হয়।

উল্লেখযোগ্য যে ৰাজানাথ সিঙৰ বাহিৰে এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ কোনো এগৰাকী শীৰ্ষ পৰ্য্যায়ৰ মন্ত্ৰীয়ে চীনৰ সৈতে Line of Actual Control (LAC)-ত চলি থকা অচলাৱস্থাক লৈ মন্তব্য দিয়া নাই।

চীনে তেওঁলোকৰ ফালে থকা লাডাখৰ বিবাদমান সীমাত কামানবাহিনীসহ প্ৰায় ৫০০০ সৈনিকৰ লগতে যুদ্ধ টেংক মোতায়েন কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতেও অঞ্চলটোলৈ সামৰিক শক্তি প্ৰেৰণ কৰিছে বুলি বাতৰিটোত প্ৰকাশ।

ইয়াৰ উপৰি চীনে তেওঁলোকৰ ফালে থকা উত্তৰ ছিকিমৰ সীমান্ততো নিজৰ সেনা বাহিনী মোতায়েন কৰি ৰাখিছে, য’ত যোৱা ৯ মে’ত দুয়োখন দেশৰ জোৱানৰ মাজত হোৱা এক কাজিয়াত ৭ গৰাকী চীনা আৰু ৪ গৰাকী ভাৰতীয় জোৱান আহত হৈছিল।

Recent News

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd