• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলীয় কাৰ্যালয় লণ্ডভণ্ড কৰা বন্ধ সমমৰ্থকৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিব্ৰুগড় জিলা বিজেপিৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
January 9, 2019 3:27 pm
IMG-20190108-WA0094
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮ জানুৱাৰি মঙলবাৰে বিজেপিৰ জিলা সমিতিয়ে কিছু সংখ্যক বন্ধ সমৰ্থকে তেওঁলোকৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় থানাত এজাহাৰ দিছে। এই এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/ ১৪৮/ ১৪৯/ ৪৩৬ ধাৰাৰ  অধীনত ডিব্ৰুগড় আৰক্ষী থানাত এটা গোচৰ (৫২/১৯) পঞ্জীয়নভুক্ত কৰা হয়।

এই ঘটনাত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে ইকবাল আনছাৰি, উত্তম চেতিয়া, হীৰা দত্ত, শিল্পী শইকীয়া, খগেন বৰা, গৌৰী দাস, প্ৰদীপ সৰকাৰ, ৰণক গগৈ, উদ্দীপ্ত ৰাজখোৱা, ইন্দ্ৰজিৎ দত্ত, হীৰেন ফুকন, চন্দন পাণ্ডে, বিজয় গগৈ আৰু গিৰিন্দ্ৰ সন্দিকৈ—এই ১৪ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে বন্ধ সমৰ্থকে যোৱা ১১ ঘণ্টীয়া অসম বন্ধৰ সময়চোৱাত আমোলাপট্টিত থকা বিজেপি কাৰ্যালয়টো লণ্ডভণ্ড কৰিছিল।

আনহাতে ভাৰতীয় দণ্ডবিধিৰ ৰাজহুৱা সম্পত্তি লণ্ডভণ্ড আইনৰ দফা ৪ৰ ধাৰা ১২০(খ), ১৪৭/ ১৪৮/ ১৪৯/ ৩৪১/ ৩৫৩/ ৩৩৩/ ৪৩৬/ ৪২৭ ধাৰাৰ অধীনত ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় থানাত এটা নিজাববীয়াকৈ গোচৰ (৫১/১৯) ৰুজু কৰিছে।

উত্তেজিত জনতাই নিৰাপত্তা বাহিনীলৈ লক্ষ কৰি শিল নিক্ষেপ কৰিছিল। অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰধান কাৰ্যালয়) সুৰজিৎ সিং পানেশ্বৰে এই আক্ৰমণক অলপ আঘাত পায়। নিৰাপত্তা বাহিনীৰ লোকে প্ৰতিবাদী জনতাক খেদি পঠিয়াবলৈ লাঠিচাৰ্জ কৰে।

কিছু সংখ্যক প্ৰতিবাদকাৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওচৰত চিআৰপিএফৰ বাহন আগচি ধৰে। আৰক্ষীয়ে বন্ধ সমৰ্থকক চত্ৰভংগ কৰিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে।পাছত আৰক্ষীয়ে শূন্যলৈও গুলীচালনা কৰে।

অৱশ্যে, ডিব্ৰুগড়ৰ বিভিন্ন অংশতৰ পৰা আৰক্ষীয়ে ২০গৰাকী প্ৰতিবাদকাৰীক আটক কৰে। প্ৰতিবাদকাৰীৰ আক্ৰমণত ২গৰাকী আৰক্ষীৰ লোক আহত হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰে জনাইছে যে নিৰাপত্তা বাহিনীলৈ নিক্ষেপিত শিলৰ দ্বাৰা তেওঁ আক্ৰান্ত হৈছে। তেওঁ আৰু জনাইছে যে বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড কৰা বন্ধ সমৰ্থকক তেওঁ চিনাক্ত কৰিব পাৰিছে।

উল্লেখ্য যে, চাবুৱাত বন্ধ সমৰ্থকে ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঘাইপথত থকা এখন বাছৰ খিৰিকি ভাঙি পেলায়।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd