• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্যবাহী সদস্যক দক্ষতা সম্পন্ন কৰা লক্ষ্যৰে বি টি আৰ সচিবালয়ত দিকদৰ্শন অনুষ্ঠান

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 12, 2021 6:33 pm
220
VIEWS
Share on FacebookShare on Twitter

প্ৰমোদ বড়ো নেতৃত্বধীন বি টি আৰ চৰকাৰৰ নিৰ্বাচিত প্ৰতিনিধি অৰ্থাৎ কাৰ্যবাহী সদস্য সকলক সংসদীয় আৰু প্ৰশাসনিক দিশত দক্ষতা সম্পন্ন কৰা উদ্দেশ্য আগত ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে দিকদৰ্শন অনুষ্ঠান অনুষ্ঠিত হয়।

বি টি আৰৰ অধ্যক্ষ কাটিৰাম বড়ো, উপ প্ৰধান গোবিন্দ চন্দ্ৰ বসুমতাৰী সহ কাৰ্যবাহী সদস্য সকলে অংশ লোৱা অনুষ্ঠানত বিশেষজ্ঞ হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা অধ্যক্ষ পৃথিৱী মাঝী, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড0 অৰূপ জ্যোতি চৌধুৰী আৰু গুৱাহাটী ৰুদ্ৰ জন সংযোগ বিশেষজ্ঞ সুচাংখ গুপ্ত কাশ্যপ।

অনুষ্ঠানত বিশেষজ্ঞ হিচাপে উপস্থিত থাকি পৃথিৱী মাঝীয়ে সংসদীয় সদনত অধ্যক্ষৰ ভুমিকা আৰু শক্তি ওপৰত বিষদভাৱে আলোকপাত কৰে।

একেদৰে, সংসদীয় সদনত কাৰ্যবাহী সদস্য তথা পৰিষদীয় সদস্য সকলে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে সেই বিষয়ত অৰূপ জ্যোতি চৌধুৰীয়ে বিষদভাৱে বৰ্ণনা কৰে।

Recent News

হঠাৎ সুৰ সলনি পাকিস্তানৰ: টি আৰ এফৰ বিৰুদ্ধে আমেৰিকাৰ সিদ্ধান্তত সহমত প্ৰকাশ

হঠাৎ সুৰ সলনি পাকিস্তানৰ: টি আৰ এফৰ বিৰুদ্ধে আমেৰিকাৰ সিদ্ধান্তত সহমত প্ৰকাশ

১৪ হাজাৰ পুৰুষক ‘লড়কী-বহিন’ আঁচনিৰ ধন; লগতে অযোগ্য আৰু ২৬ লাখ! মহাৰাষ্ট্ৰত বিয়াগোম দুৰ্নীতি

১৪ হাজাৰ পুৰুষক ‘লড়কী-বহিন’ আঁচনিৰ ধন; লগতে অযোগ্য আৰু ২৬ লাখ! মহাৰাষ্ট্ৰত বিয়াগোম দুৰ্নীতি

Vinfast VF7: বজাৰলৈ আহি আছে নতুন ইলেক্ট্ৰিক এছইউভি ভিনফাষ্ট VF7; ফিচাৰসমূহ জানেনে?

Vinfast VF7: বজাৰলৈ আহি আছে নতুন ইলেক্ট্ৰিক এছইউভি ভিনফাষ্ট VF7; ফিচাৰসমূহ জানেনে?

সমাপ্ত হ’ব পাৰে ইউ পি আইৰ বিনামূলীয়া সেৱা! ইংগিত দিলে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই

সমাপ্ত হ’ব পাৰে ইউ পি আইৰ বিনামূলীয়া সেৱা! ইংগিত দিলে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd