• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ্টিষ্টিক জিমনাষ্টিকছ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দীপাৰ; পদক জয়ৰ সম্ভাৱনা উজ্জ্বল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2019 10:08 am
হেণ্ডফ্ৰণ্ট ৫৪০ ভ’ল্টৰ কোৱালিফায়িং শাখাত প্ৰদৰ্শন কৰাৰ সময়ত দীপা। ফটো উৎস : ইণ্ডিয়া টুডে

হেণ্ডফ্ৰণ্ট ৫৪০ ভ’ল্টৰ কোৱালিফায়িং শাখাত প্ৰদৰ্শন কৰাৰ সময়ত দীপা। ফটো উৎস : ইণ্ডিয়া টুডে

1.5k
VIEWS
Share on FacebookShare on Twitter

আজাৰবাইজানৰ বাকুত চলি থকা আৰ্টিষ্টিক জিমনাষ্টিকছ বিশ্বকাপৰ ভ’ল্ট শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে দেশৰ তাৰকা তথা অলিম্পিয়ান জিমনাষ্ট দীপা কৰ্মকাৰ।

প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ২৫ বছৰীয়া দীপাই অত্যন্ত কঠিন হেণ্ডফ্ৰণ্ট ৫৪০ ভ’ল্টত ১৪.২৯৯ পইণ্ট অৰ্জনেৰে তৃতীয় স্থান দখল কৰি ফাইনেললৈ অগ্ৰসৰ হয়। জানিব পৰা মতে এই শাখাৰ ফাইনেল ১৬ মাৰ্চ অৰ্থাৎ শনিবাৰে অনুষ্ঠিত হ’ব।

ইফালে প্ৰতিভাৱান জিমনাষ্টগৰাকীয়ে আজি প্ৰতিযোগিতাখনৰ বেলেন্সদ বিম ইভেণ্টত ভাগ ল’ব।

বহু দিনৰ বিৰতিৰ মূৰত জিমনাষ্টলৈ ওভতা দীপাৰ প্ৰদৰ্শন সন্তুষ্টি প্ৰকাশ কৰি জিমনাষ্টিক ফেডাৰেশ্যন অব ইণ্ডিয়াৰ উপ সভাপতি ৰিয়াজ ভাটিয়ে কয়, ‘দীপাই ভাল প্ৰদৰ্শন আগবঢ়াইছে। তেওঁ অলিম্পিক কোৱালিফায়িঙৰ বাবে আৰু এখোজ আগবাঢ়িছে। এতিয়া শনিবাৰৰ ফাইনেলত দীপাই ভাল প্ৰদৰ্শন আগবঢ়াই পডিয়ামত ঠিয় হ’ব বুলি আশা কৰিছো’।

উল্লেখ্য যে দীপা হ’ল অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ একমাত্ৰ মহিলা জিমনাষ্ট। দীপাই ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভাগ লৈ চতুৰ্থ স্থান লাভ কৰিছিল। দীপাক তেওঁৰ বিৰল ক্ৰীড়া প্ৰতিভা আৰু সফলতাৰ বাবে পদ্মশ্ৰী, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে।

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd