• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম বন্ধত ৰাজপথত তাণ্ডৱ : ৰামসেনাৰ গোচৰত অখিল গগৈক থানাত হাজিৰ হ’বলৈ চমন জাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2018 9:43 am
AkhilGogoi-1

কৃষক নেতা অখিল গগৈ। ফাইল ফটো

499
VIEWS
Share on FacebookShare on Twitter

ৰামসেনা নামৰ এটা সংগঠনে দাখিল কৰা অভিযোগৰ ভিত্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে দিচপুৰ আৰক্ষীয়ে। শুকুৰবাৰে সন্ধিয়া দিচপুৰ আৰক্ষীৰ এটা দলে চানমাৰি আৰক্ষীৰ সহযোগত অখিল গগৈক বিচাৰি তেওঁৰ নিজৰাপাৰস্থিত বাসগৃহত উপস্থিত হয় যদিও সেই সময়ত কৃষক নেতাজন ঘৰত উপস্থিত নাছিল।

ইপিনে, কৃষক নেতা অখিল গগৈক ঘৰত নাপাই আৰক্ষীয়ে অহা ৩ নৱেম্বৰৰ ভিতৰত নেতাগৰাকীক দিচপুৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে যোৱা ২৩ অক্টোবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহুকেইটা সংগঠনে আহ্বান কৰা অসম বন্ধৰ সময়ছোৱাত ৰাজপথত বন্ধৰ সমৰ্থকে তাণ্ডৱলীলা চলোৱাৰ অভিযোগ তুলি ৰামসেনা নামৰ সংগঠনটোৱে অখিল গগৈ, আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আৰু আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ দাখিল কৰিছিল।

সংগঠনটোৱে আদালত অৱমাননা, ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ অভিযোগ তুলি তিনিওজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২, ৪২৭, ৩৯২ আৰু ৩৪ ধাৰা অনুসৰি বিহিত ব্যৱস্থা ল’বলৈ যোৱা ২৪ অক্টোবৰত এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিত দিচপুৰ আৰক্ষীয়ে ৩১৮৯/১৮, ৩১৯৭/১৮ দুটা গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতেই দিচপুৰ আৰক্ষীয়ে সোধা-পোছা কৰিবলৈ শুকুৰবাৰে সন্ধিয়া কৃষক নেতাজনৰ বাসগৃহত উপস্থিত হয়।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd