• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বত্ৰাস সৃষ্টিকাৰী ক’ৰ’না ভাইৰাছ আকাৰত কিমান ডাঙৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2020 9:02 am
images.jpeg-1

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

13.9k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাইছে ক’ৰ’না ভাইৰাছে।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো নিতৌ নতুন নতুন আক্ৰান্ত লোক চিনাক্ত হৈ থকাৰ লগতে মৃত্যুও হৈছে বহু আক্ৰান্তৰ।

চীনত আবিৰ্ভাৱ ঘটা এই ভাইৰাছে চীনৰ পিছত মৃত্যুৰ উপত্যকাত পৰিণত কৰিছে ইটালীক। স্পেইন, ফ্ৰান্স, ইৰাণ আদিতো বিভীষিকাৰ সৃষ্টি কৰিছে ক’ৰ’না ভাইৰাছে।

ভাৰতবৰ্ষতো ইতিমধ্যে ৭ জন আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত সংখ্যাই ৩০০ অতিক্ৰম কৰিছে।

সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলোৱা এই ভাইৰাছ বিধ আকাৰত কিমান ডাঙৰ?

ইয়াকে লৈ বিশ্বৰ বিভিন্ন বিজ্ঞানীৰ মাজত গৱেষণা আৰু চৰ্চা চলিব ধৰিছে।

বিশ্বৰ মাইক্ৰ’বাইলজিষ্টসকলে ক’ৰ’না ভাইৰাছৰ আকাৰ সন্দৰ্ভত কিছুমান নতুন তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে।

মানুহৰ সংস্পৰ্শ বা কাঁহ আৰু হাঁচি দ্বাৰা নিকট দূৰত্বত অৱস্থা কৰি থকা এজন আক্ৰান্তৰ পৰা অন্য এজনলৈ অন্য ভাইৰাছতকৈ এই ভাইৰাছে খুব দ্ৰুত গতিত সংক্ৰমণ ঘটা দেখা গৈছে।

ইবলা ভাইৰাছ চিনাক্ত কৰা পিটাৰ পিয়ট নামৰ বেলজিয়ান মাইক্ৰ’বায়ল’জিষ্টজনে Covid-19 নামৰ এই ভাইৰাছবিধক আটাইতকৈ বেছি ভয়ানক আৰু ক্ষতিকৰ বুলি অভিহিত কৰিছে।

গৱেষকসকলৰ মতে ন’ভেল ক’ৰ’না ভাইৰাছ আকাৰ হৈছে প্ৰ’টিনৰ সৰু কোষ এটাৰ বলৰ সমান আকৃতিৰ।

Recent News

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd