• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুবছৰীয়া শিশুৰ পেটত টিভি ৰিম’টৰ বেটাৰী! ২০ মিনিটৰ অস্ত্ৰোপচাৰ কৰি উলিয়াই আনিলে চিকিৎসকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2022 8:52 am
136
VIEWS
Share on FacebookShare on Twitter

এটি দুবছৰীয়া ল’ৰা শিশুৱে খেলি থাকোতে গিলি পেলাইছিল এটা পেঞ্চিল বেটাৰী। চিকিৎসকসকলে অস্ত্ৰোপচাৰ কৰি ইয়াক উলিয়াই দিছে। বৰ্তমান শিশুটি সুস্থ। ঘটনাটো কেৰালাৰ তিৰুৱন্তপুৰমত সংঘটিত হৈছিল।

বাতৰি অনুসৰি, শিশুটিয়ে ঘৰত এটা টিভি ৰিম’টৰ সৈতে খেলি আছিল। সেই সময়তে কেনেবাকৈ ৰিম’টত থকা পেঞ্চিল বেটাৰীটো গিলি পেলায়। তিৰুৱন্তপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইয়াক অস্ত্ৰোপচাৰৰ দ্বাৰা বাহিৰ কৰা হৈছে।

লগতে পঢ়ক: চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক নিৰ্মম আতিশয্য শিক্ষকৰ: ওপৰ মহলাৰ পৰা দলিয়াই হত্যা কৰাৰ অভিযোগ

চিকিৎসালয়খনৰ এজন বিশেষজ্ঞ চিকিৎসকে জনায় যে শিশুটিক প্ৰথমতে তেওঁৰ ঘৰৰ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাৰ পিছত তেওঁক ব্যক্তিগত চিকিৎসালয়খনলৈ লৈ অনা হয়।

শিশুটিৰ কি হৈছিল জনাৰ পিছত অস্ত্ৰোপচাৰৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হয়। অপাৰেচন থিয়েটাৰ সাজু কৰা হয়। পেঞ্চিলৰ বেটাৰীটো এনাস্থেচিয়াৰ দি অস্ত্ৰোপচাৰৰ জৰিয়তে শিশুটিৰ পেটৰ বেটাৰীটো উলিয়াই অনা হয়। অস্ত্ৰোপচাৰটো ২০ মিনিটৰ ভিতৰতে সম্পূৰ্ণ কৰা বুলি চিকিৎসকে জনায়।

চিকিৎসকে লগতে কয় যে চিকিৎসালয়লৈ সোনকালে অনাৰ বাবে কোনো ডাঙৰ বিপদ নোহোৱাকৈ বেটাৰীটো পাকস্থলীৰ পৰা বাহিৰ কৰি আনিব পৰা গ’ল। এণ্ডোস্কোপীৰ জৰিয়তে বেটাৰিটো আঁতৰোৱা হয়।

লগতে পঢ়ক: আৰ্জেণ্টিনাই বিশ্বকাপ জয়ৰ পিছতো ফিফা ৰেংকিঙৰ শীৰ্ষত আছে ব্ৰাজিল

চিকিৎসকগৰাকীয়ে কয় যে যদি বেটাৰীটো শৰীৰৰ ভিতৰৰ আন কোনো স্থানলৈ গ’লে অধিক বিপদ হ’লহেঁতেন। চিকিৎসকৰ মতে বেটাৰীটো পেটত থকাৰ বাবে কোনো বিপদ নোহোৱাকৈ আঁতৰ কৰা হৈছে। শিশুটি এতিয়া সুস্থ আৰু স্বাভাৱিক।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd