• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ চিৰিয়াখানাত বাঘৰ দৰে সাজ-পোছাক পিন্ধা কুকুৰ হৈ পৰিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু! চাওক ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 3:54 pm
197
VIEWS
Share on FacebookShare on Twitter

চীনৰ চিৰিয়াখানাত দুটা কুকুৰক বাঘৰ দৰে দেখাবলৈ ৰং কৰা হৈছে। বিষয়টো সাধাৰণ ৰাইজৰ দৃষ্টিগোচৰ হোৱাৰ পাছত ব্যাপক সমালোচনা আৰম্ভ হয়।

আমেৰিকাৰ সংবাদ মাধ্যম নিউয়ৰ্ক পোষ্টে প্ৰকাশ কৰা অনুসৰি চিৰিয়াখানাখন চীনৰ জিয়াংছু প্ৰদেশৰ টাইঝৌত অৱস্থিত। খবৰ অনুসৰি চিৰিয়াখানা কৰ্তৃপক্ষই ডাউইন এপ (চীনৰ টিকটকৰ সংস্কৰণ)ত কুকুৰকেইটাৰ এটা লাইভ ভিডিঅ’ সম্প্ৰচাৰ কৰিছিল। তাত তেওঁলোকে লিখিছে, “আমাৰ বাঘবোৰ বৰ ডাঙৰ আৰু দ্ৰুত।”

On January 24, 2025, at the "Qinhu Bay Forest Animal Kingdom" in Taizhou, Jiangsu Province, China, the park promoted itself on a Douyin livestream, claiming: "Our tigers are huge and very fierce!" pic.twitter.com/LFoGUm0fWc

— ( ͡ ͡° ͜ ʖ ͡ ͡°) (@eseLSMN) January 27, 2025

যেতিয়া এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল, তেতিয়া সাধাৰণ জনতাই ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ইয়াৰ পাছত চিৰিয়াখানাখনে স্থানীয় সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে প্ৰকৃততে কুকুৰকেইটাক বাঘৰ দৰে দেখাবলৈ ৰং কৰা হৈছে।

ইয়াৰ পূৰ্বে চীনৰ চিৰিয়াখানা এখনত কুকুৰক পাণ্ডা হিচাপে প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ ফলতো সেই সময়ত ব্যাপক সমালোচনাৰ সৃষ্টি হৈছিল। এজন নেটিজেনে লিখিছে, “চীনে যেতিয়া কুকুৰ এটাক পাণ্ডা হিচাপে সাজ-পোছাক পিন্ধাইছিল, তেতিয়া কাম নহ’ল। এইবাৰ কেনেকৈ কাম হ‘ব বুলি ভাবিছিল?”

আন এজনে লিখিছে, “তেওঁলোকে একেটা কাম বাৰে বাৰে কৰা বন্ধ কৰিব লাগিব।”

Recent News

আদানীৰ ওপৰত তদন্তৰ ভয়ত ট্ৰাম্পৰ বিৰুদ্ধে মৌন মোদী! ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

আদানীৰ ওপৰত তদন্তৰ ভয়ত ট্ৰাম্পৰ বিৰুদ্ধে মৌন মোদী! ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

চৰকাৰী কামত হিন্দীক বাধ্যতামূলক কৰাৰ কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই : লোকসভাক জনালে কেন্দ্ৰীয় চৰকাৰে

চৰকাৰী কামত হিন্দীক বাধ্যতামূলক কৰাৰ কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই : লোকসভাক জনালে কেন্দ্ৰীয় চৰকাৰে

মুছলমানক বাদ দি ৬ সংখ্যালঘু সম্প্ৰদায়ক বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত! শীঘ্ৰেই লাভ কৰিব নাগৰিকত্ব 

মুছলমানক বাদ দি ৬ সংখ্যালঘু সম্প্ৰদায়ক বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত! শীঘ্ৰেই লাভ কৰিব নাগৰিকত্ব 

আদানীৰ ব্যৱসায় বচাবলৈ ট্ৰাম্পৰ বিৰুদ্ধে মাত মতা নাই প্ৰধানমন্ত্ৰী মোদীয়ে : নতুন অভিযোগ ৰাহুল গান্ধীৰ

আদানীৰ ব্যৱসায় বচাবলৈ ট্ৰাম্পৰ বিৰুদ্ধে মাত মতা নাই প্ৰধানমন্ত্ৰী মোদীয়ে : নতুন অভিযোগ ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd