• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিলাৰী ক্লিন্টনৰ বিৰুদ্ধে কিয় গোচৰ তৰিলে ডোনাল্ড ট্ৰাম্পে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2022 5:12 pm
images
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেশখনৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী হিলাৰী ক্লিন্টনৰ বিৰুদ্ধে গোচৰ তৰিছে।

ট্ৰাম্পে এই গোচৰত হিলাৰীৰ উপৰি ডেম’ক্ৰেটিক পাৰ্টিৰ আন কেইবাজনো নেতা তথা সহযোগী প্ৰতিষ্ঠানৰ নামো উল্লেখ কৰিছে।

আমেৰিকাৰ সংবাদ মাধ্যমৰ উদ্ধৃতিৰে আন্তৰ্জাতিক সংবাদ মাধ্যমসমূহত প্ৰকাশিত বাতৰি অনুসৰি ২০১৬চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ট্ৰাম্পৰ সৈতে ৰাছিয়াৰ সম্পৰ্কৰ দাবী তুলি ডেম’ক্ৰেট শিৱিৰৰ পৰা যি অভিযোগ অনা হৈছিল তাক লৈয়েই এতিয়া ৰিপাব্লিকান নেতাগৰাকীয়ে গোচৰ তৰিছে।

লগতে পঢ়ক: যুদ্ধৰ খবৰ: ইউক্ৰেইনৰ থিয়েটাৰ গৃহত ৰাছিয়ান সেনাৰ আক্ৰমণ; ৩০০লোক নিহতৰ আশংকা

গোচৰটোত ট্ৰাম্পে ক্ষতিপূৰণ আৰু শাস্তিৰ ব্যৱস্থা কৰিবলৈকো আবেদন জনাইছে। এই ক্ষতিপূৰণৰ পৰিমান ২কোটি ৪০লাখ ডলাৰ হ’ব পাৰে বুলিও কোৱা হৈছে।

কিন্তু এই সন্দৰ্ভত প্ৰসিদ্ধ আইনজ্ঞ জেফ গ্ৰলে কয় যে ট্ৰাম্পে এই গোচৰ তৰাৰ ক্ষেত্ৰত ইতিমধ্যে বহু পলম কৰিছে। আনহাতে, এইক্ষেত্ৰত হিলাৰী ক্লিন্টনে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্তব্যত অৱহেলা ৰোধ কৰিবলৈ ৰেলৱেৰ নতুন নিয়ম! টিটি-ৰ বায়’মেট্ৰিক উপস্থিতি এতিয়া বাধ্যতামূলক

কৰ্তব্যত অৱহেলা ৰোধ কৰিবলৈ ৰেলৱেৰ নতুন নিয়ম! টিটি-ৰ বায়’মেট্ৰিক উপস্থিতি এতিয়া বাধ্যতামূলক

September 4, 2025 12:28 pm
ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপক লৈ নতুন বিতৰ্ক…

ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপক লৈ নতুন বিতৰ্ক…

September 4, 2025 11:58 am
ট্ৰাম্পৰ শুল্ক জোকাৰণি চম্ভালি ল’লে জিএছটি-এ, শ্বেয়াৰ বজাৰত আশাৰ বতৰা

ট্ৰাম্পৰ শুল্ক জোকাৰণি চম্ভালি ল’লে জিএছটি-এ, শ্বেয়াৰ বজাৰত আশাৰ বতৰা

September 4, 2025 11:50 am
ট্ৰাম্পৰ শুল্ক নে বিহাৰৰ ভোট! ৮ বছৰ পিছত হঠাতে কিয় সাৰ পাই উঠিল বিজেপি, কটাক্ষ বিৰধীৰ

ট্ৰাম্পৰ শুল্ক নে বিহাৰৰ ভোট! ৮ বছৰ পিছত হঠাতে কিয় সাৰ পাই উঠিল বিজেপি, কটাক্ষ বিৰধীৰ

September 4, 2025 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্তব্যত অৱহেলা ৰোধ কৰিবলৈ ৰেলৱেৰ নতুন নিয়ম! টিটি-ৰ বায়’মেট্ৰিক উপস্থিতি এতিয়া বাধ্যতামূলক

কৰ্তব্যত অৱহেলা ৰোধ কৰিবলৈ ৰেলৱেৰ নতুন নিয়ম! টিটি-ৰ বায়’মেট্ৰিক উপস্থিতি এতিয়া বাধ্যতামূলক

September 4, 2025 12:28 pm
ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপক লৈ নতুন বিতৰ্ক…

ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপক লৈ নতুন বিতৰ্ক…

September 4, 2025 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd