• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ লখিমপুৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৭ম সংখ্যক মৃত্যু বাৰ্ষিকী পালন

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
November 5, 2018 6:10 pm
1
246
VIEWS
Share on FacebookShare on Twitter

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৭ম সংখ্যক মৃত্যু বাৰ্ষিকী আজি সমগ্ৰ উত্তৰ লখিমপুৰত পালন কৰি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

অসমীয়া জাতিৰ এইগৰাকী বৰেণ্য ব্যক্তিগৰাকীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত উত্তৰ লখিমপুৰ জিলাৰ আদৰ্শ বজাৰত দিনজোৰা কাৰ্যসূচীৰে ‘মানুহে মানুহৰ বাবে’ নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াতে এই মহান ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

এই অনুষ্ঠানৰ আয়োজন কৰিছিল সদৌ অসম নিবনুৱা সন্থাই (AAUA)। সহযোগিতা আগবঢ়াইছিল বন্ধু নামৰ এটা বেচৰকাৰী সংস্থাই।  এই অনুষ্ঠানত ড০ দেৱানন্দ দত্ত, কেশৱ ভূঞা, নৰেন শৰ্মা আৰু সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি খগেন ৰাজখোৱা, প্ৰতিদিন টাইমৰ লখিমপুৰ সংবাদদাতা বুবুল হাজৰিকা আদি ব্যক্তিসকল উপস্থিত আছিল। ভালেকেইগৰাকী শিল্পীয়ে ড০ হাজৰিকাৰ কেইটামান চিৰসেউজ সংগীত পৰিৱেশন কৰিছিল।

Recent News

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd