• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৈনিক মদ খালে কমি যায় হাৰ্ট এটেকৰ সম্ভাৱনা! অধ্যয়নত ওলাল আচৰিত তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2023 4:44 pm
545
VIEWS
Share on FacebookShare on Twitter

যি সময়ত যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ ৰাগীত নিজকে হেৰুৱাই পেলাইছে, যি সময়ত বিভিন্ন সামাজিক সংস্থাই মদ্যপান বা ধূম পান ৰোধ কৰিবলৈ বিভিন্ন সজাগতামূলক কাৰ্য-কলাপ অব্যাহত ৰাখিছে  সেই সময়তে প্ৰকাশ পাইছে এক আচৰিত গৱেষণাৰ আচৰিত তথ্য।

শেহতীয়াকৈ কৰা এক অধ্যয়নত এনে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে, যি তথ্যক কেন্দ্ৰ কৰি চৌদিশে বিতৰ্কৰ সৃষ্টি হৈছে।

লগতে পঢ়কঃ ডিগবৈত গছত খুন্দা মাৰি ভয়াবহ দুৰ্ঘটনাত পতিত গাড়ী; ৪ জন নিহত

‘জাৰ্নেল অৱ দ্য আমেৰিকান কলেজ অৱ কাৰ্ডিঅ’লজি’ত প্ৰকাশ পাইছে এই আচৰিত তথ্য। গৱেষণা পত্ৰখনত গৱেষকসকলে প্ৰতিদিনে কিমান পৰিমাণৰ মদ্যপান কৰিব পাৰি সেইটো সঠিকভাৱে নিৰ্ণয় কৰিছে।  সেই তথ্য অনুসৰি প্ৰতিদিনে এগৰাকী মহিলাই এগিলাচ আৰু এজন পুৰুষে দুগিলাচ মদ্য পান কৰিব পাৰে।

উক্ত গৱেষকসকলৰ মুৰব্বী হৃদৰোগ বিশেষজ্ঞ আহমেদ টাৱাকোলে কয় যে আমাৰ গৱেষণাৰ জৰিয়তে মানুহক মদ্যপান কৰিবলৈ উৎসাহিত কৰা হোৱা নাই। বৰঞ্চ আমাৰ অধ্যয়নৰ মূল উদ্দেশ্য হ’ল লঘু আৰু মধ্যমীয়া মদ্যপানে হৃদযন্ত্ৰৰ ৰোগ কেনেকৈ হ্ৰাস কৰিব পাৰে সেই সম্পৰ্কে অধ্যয়ন কৰি তথ্যৰ আৱিস্কাৰ কৰা।

লগতে পঢ়কঃ কাশ্মীৰত সেনাৰ গুলীত নিহত ৫ উগ্ৰপন্থী; চলিছে ব্যাপক তালাচী

গৱেষক দলটোৱে জানিবলৈ দিয়া মতে, নিয়মিতভাৱে মদ খোৱা ৫০ হাজাৰৰো অধিক লোকৰ ওপৰত এই পৰীক্ষা কৰা হৈছিল। সেই পৰীক্ষাত দেখা গ’ল যে যিসকলে সপ্তাহত এবাৰ বা তাতকৈ অধিক মদ্যপান কৰে তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা বহু কম। যিসকলে মাজে মাজে মদ্যপান কৰে কিন্তু নিয়মিতভাৱে মদ্যপান নকৰে তেওঁলোকৰো হৃদৰোগৰ সম্ভাৱনা বহু কম।

ইয়াৰ উপৰিও তেওঁলোকৰ গৱেষণাৰ পৰা আন এক তথ্য পোহৰলৈ আহিছে। অত্যধিক মানসিক চাপত ভুগি থকা লোকৰ ওপৰতো মদ্যপানে ইতিবাচক প্ৰভাৱ পেলাব পাৰে। মাজে মাজে লঘুৰ পৰা মধ্যমীয়া মদ্যপান কৰি দুঃচিন্তা কম কৰিব পাৰি। 

কিন্তু অত্যধিক মদ্যপান শৰীৰৰ বাবে একেবাৰেই উপকাৰী নহয় বুলি জাৰ্নেল অৱ দ্য কলেজ অৱ ফিজিঅ’লজিত প্ৰকাশ পাইছে। অত্যধিক মদ্যপানে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে বুলিও গৱেষণা পত্ৰখনত দাবী কৰা হৈছ।

লগতে পঢ়কঃ পুনৰ উত্তপ্ত মণিপুৰ! ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰত অগ্নিসংযোগ

কোনো ব্যক্তিয়ে অত্যধিক মদ্যপান কৰিলে যকৃতৰ পৰা বৃক্কলৈকে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে জানিব পৰা গৈছে যে অত্যধিক মদ্যপান কৰা ব্যক্তিৰ আয়ুস ক্ৰমান্বয়ে কমি আহে।

Recent News

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd