• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভৰিত গুলিবিদ্ধ আৱস্থাৰে আৰক্ষীৰ চকুত ধুলি দি চিকিৎসালয়ৰ পৰা পলায়ন নগাঁৱৰ ড্ৰাগছ মাফিয়া আৰজুলৰ

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
May 15, 2020 10:11 pm
আৰজুল আলী

আৰজুল আলী

772
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ বৰবজাৰত আজি দিনৰ ভাগত আৰক্ষীৰ সৈতে হোৱা গুলীচালনাৰ ঘটনাত গুলীবিদ্ধ হোৱা ড্ৰাগছ মাফিয়া আৰজুল আলী চিকিৎসাধীন অৱস্থাতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা ৰহস্যজনকভাৱে পলায়ন কৰে।

ভৰিত গুলিবিদ্ধ হোৱা ড্ৰাগছ মাফিয়া আৰজুলে কেনেকৈ আৰক্ষীৰ চকুত ধুলি দি চিকিৎসালয়ৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল এই সমগ্ৰ বিষয়ক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

অৱশ্যে, পৰৱৰ্তী সময়ত নগাঁও চহৰৰ বাহিৰত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় পলায়নকাৰী ড্ৰাগছ মাফিয়া জনক।

নগাঁও সদৰ আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি ধৃত আৰজুলক চিকিৎসালয়ৰ পৰা পলায়ন কৰোঁতে অন্য লোকে সহায় কৰিছিল।

কিন্তু, কোনে পলায়ন কৰাত আৰজুলক সহায় কৰিছিল সেয়া তদন্তৰ অন্ততহে পোহৰলৈ আহিব।

বিষয় যিয়ে নহওঁক আৰক্ষীৰ চকুত ধুলি দি এজন সাধাৰণ ড্ৰাগছ মাফিয়াই পলায়ন কৰা ঘটনাই আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে।

উল্লেখযোগ্য যে, আজি দুপৰীয়া ভাগত আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত ভৰিত গুলি লাগিছিল আৰজুলৰ। নগাঁৱৰ বৰবজাৰত সংঘটিত হৈছিল এক গুলিছালনাৰ ঘটনা।

আৰজুলৰ বিৰুদ্ধে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছিল।

আনকি কৰ্তব্যৰত আৰক্ষী জোৱানৰ পিষ্টল কাঢ়ি নিবলৈ চেষ্টা কৰাৰ লগতে হাতত কামোৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, ল’কডাউনৰ মাজতে বৰবজাৰত জনসাধাৰণৰ ভিৰ দেখি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছিল নগাঁও সদৰ আৰক্ষীৰ এটা দল।

তাৰ পাছতে একাংশ জনতা আৰু আৰক্ষীৰ মাজত হতা-হতিৰ সৃষ্টি হয়।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd