• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এবছৰত ১৩৩ কোটি টকাৰ আয়! নতুন অভিলেখ গঢ়িলে সিদ্ধিবিনায়ক মন্দিৰে…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2025 6:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবছৰত ১৩৩ কোটি টকাৰ আয়! মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত নতুন অভিলেখ। কেৱল সেয়াই নহয়, আগন্তুক বিত্তীয় বৰ্ষত এই বিখ্যাত মন্দিৰৰ আয় ১৫০ কোটিৰো অধিক হ’ব পাৰে বুলি প্ৰথমতে অনুমান কৰা হৈছে। মন্দিৰৰ বিপুল আৰ্থিক লাভৰ আঁৰত সুশাসন আছে বুলি বিশ্বাস কৰে সিদ্ধিবিনায়কৰ উপ কাৰ্যবাহী বিষয়া সন্দীপ ৰাথোড়ে।

যোৱা ৩১ মাৰ্চত সমাপ্ত হোৱা ২০২৪-২৫ বৰ্ষৰ হিচাপ অনুসৰি মুম্বাইৰ এই বিখ্যাত মন্দিৰটোৱে বিভিন্ন খণ্ডৰ পৰা ১৩৩ কোটি টকা উপাৰ্জন কৰিছে। যদিও বছৰৰ আৰম্ভণিতে অনুমান কৰা হৈছিল যে ৰাজহ ১১৪ কোটি হ’ব পাৰে। কিন্তু তীৰ্থযাত্ৰীসকলে আশা কৰাতকৈ অধিক দান আগবঢ়ায়।

বছৰৰ শেষৰ হিচাপ অনুসৰি ১৩৩ কোটি টকা মন্দিৰৰ কোষাগাৰত জমা হৈছে। প্ৰাথমিক অনুমানতকৈ কমেও ১৫ শতাংশ বেছি। সেয়ে মন্দিৰ কৰ্তৃপক্ষই অনুমান কৰিছে যে ২০২৫-২৬ বিত্তীয় বৰ্ষত আয় ১৫০ কোটি টকা হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

September 10, 2025 9:49 am
মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

September 10, 2025 8:52 am
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

September 10, 2025 8:10 am
WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

September 10, 2025 6:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

September 10, 2025 9:49 am
মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

September 10, 2025 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd