• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2025 7:40 am
62
VIEWS
Share on FacebookShare on Twitter

গৰমৰ দিনত বহু লোকৰ শৰীৰৰ পৰা ঘাম ওলাই এক দুৰ্গন্ধৰ সৃষ্টি কৰে। বহু সময়ত ঘামৰ দুৰ্গন্ধৰ বাবেই বহু লোক বহু ঠাইত অপ্ৰস্তুত হ’বলগীয়া হয়।

শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ দূৰ কৰিবলৈঘৰুৱা উপায়েৰে গাৰ বেয়া গোন্ধ ৰোধ কৰিব পাৰি। অলপ মৌ গৰম পানীত মিহলাই গা ধোৱাৰ পাছত ঢালি ঘামৰ দুৰ্গন্ধ আঁতৰ কৰিব পাৰি।

গা ধোৱা পানীৰ সৈতে গোলাপ জল মিহলাই গা ধুলে গাৰ বেয়া গোন্ধ আঁতৰিব।

নিমপাত উতলাই গা ধোৱা পানীৰ সৈতে মিহলাই গা ধুলে বেক্টেৰিয়া নষ্ট হয় আৰু গৰমৰ ফলত গাত হোৱা গোন্ধ হ্ৰাস পায়।

নেমুৰ ৰসত বেকিং চডা মিহলাই কাষলতিত তলত লগালে দুৰ্গন্ধ আঁতৰ কৰিব পাৰে। ইয়াৰ উপৰি বেচনৰ সৈতে দৈ মিহলাই গাত লগালে ঘামৰ গোন্ধৰ পৰা ৰক্ষা পাব পাৰি।

তদুপৰি গা ধোৱাৰ সময়ত শ্বাৱাৰ জেল, বডি শ্বেম্পু ব্যৱহাৰ কৰিব লাগে, ইয়াৰ বাবে আপোনাৰ শৰীৰত ঘামৰ গোন্ধ নাথাকে। পদিনা পাত পিহি গা ধোৱা পানীত দি গা ধুলে দুৰ্গন্ধ কমে।

Recent News

হৃদৰোগত আক্ৰান্ত হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু! হঠাৎ টিফিন বাকচৰ ওপৰত পৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু! হঠাৎ টিফিন বাকচৰ ওপৰত পৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দেহাৱসান

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd