• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ বিৰোধী চাফাই অভিযানৰ সৈনিক হৈ পৰিছে ইডি! আকৌ আপৰ বিধায়কৰ ঘৰত তালাচী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2023 8:20 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

এইবাৰ আম আদমী পাৰ্টিৰ আন এজন বিধায়কৰ বাসগৃহত তালাচী বলবৎকাৰী সঞ্চালক চমুকৈ ইডিৰ। 

এইবাৰ বলবৎকাৰী সঞ্চালকালয়ে আপৰ বিধায়ক অমানতুল্লাহ খানৰ দিল্লীৰ বাসগৃহত তালাচী অভিযান চলায়। 

ইডিয়ে মঙলবাৰে পুৱা ধন সৰবৰাহৰ গোচৰত আমানতুল্লাহ খানৰ ঘৰত অভিযান চলায়।

৪৯ বছৰীয়া আমানতুল্লাহ খান দিল্লীৰ ওখলা সমষ্টিৰ বিধায়ক। তেওঁ দিল্লী ৱাকফ ব’ৰ্ডৰো অধ্যক্ষ। 

ইডি – এ অভিযোগ কৰা মতে, অধ্যক্ষ হোৱাৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি দিল্লী ৱাকফ ব’ৰ্ডত অবৈধ নিযুক্তি প্ৰদান কৰিছে আমানতুল্লাহ খানে। চৰকাৰী নীতি-নিৰ্দেশনাক আওকাণ কৰি তেওঁ সকলো নিয়ম উলংঘা কৰি দিল্লী ৱাকফ ব’ৰ্ডত অবৈধভাৱে ৩২জন লোকক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে। 

দিল্লী ৱাকফ ব’ৰ্ডত অবৈধ নিযুক্তিৰ সৈতে আমানতুল্লাহ খান জড়িত থকাৰ অভিযোগ উত্থাপন কৰি দিল্লী দুৰ্নীতি নিবাৰক ব্যুৰো আৰু চিবিআইত এফআইআৰ দাখিল কৰা হৈছে। সেই অভিযোগৰ ভিত্তিত ইডিৰ বিষয়াসকলে অমানতুল্লাহ খানৰ ঘৰত অভিযান চলায়।

প্ৰসংগক্ৰমে বুধবাৰে ইডিয়ে আপ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰে। দিল্লী আবকাৰী কেলেংকাৰী  আৰু ধন সৰবৰাহৰ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হয় সঞ্জয় সিঙক। 

এই ঘটনাৰ এসপ্তাহ নৌহতেও আপৰ আন এজন নেতাৰ ঘৰত অভিযান চলালে ইডিয়ে। ইয়াৰ পূৰ্বেও আপৰ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াকো আবকাৰী দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ছিছ’দিয়া বৰ্তমানেও দিল্লীৰ কাৰাগাৰত আছে।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd