• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুৱেইটৰ পৰা ধনৰ অবৈধ লেনদেন : জেৰাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ আৰবী কলেজৰ অধ্যক্ষক

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 19, 2019 10:08 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

হাৱালাৰ জৰিয়তে ধনৰ লেনদেন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বৰপেটা জিলাৰ হাউলীৰ জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ অধ্যক্ষগৰাকীক জেৰাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছে।

কলেজখনৰ অধ্যক্ষ নুৰুল ইছলাম নাকভিক আজি পাটাছাৰকুছি থানালৈ আনি গুৱাহাটীৰ পৰা অহা এনফ‘ৰ্চমেন্ট ডাইৰেক্টৰেট (ই ডি)ৰ বিষয়াই কেবাঘন্টা ধৰি মাৰাথান জেৰা চলোৱাৰ অন্তত কটকটীয়া নিৰাপত্তা বেস্তনিৰ মাজত গুৱাহাটী লৈ যায়।

লগতে পঢ়ক হাৱালাৰ জৰিয়তে ধনৰ লেনদেনৰ অভিযোগত আৰবী কলেজৰ অধ্যক্ষক আটক

উল্লেখযোগ্য যে যোৱা শনিবাৰে হাউলীৰ ইটাৰভিটাৰ জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ অধ্যক্ষ নাকভিক হাৱালাৰ জৰিয়তে আৰৱ ৰাষ্ট্ৰ কুৱেটৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল।

গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ পৰা আৰক্ষীয়ে ৮ লাখ ৪৫ হাজাৰ টকা জব্দ কৰিছিল বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

Recent News

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd