• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মডেলিটী যিয়েই নহওঁক, মেট্ৰিক পৰীক্ষা হ’বই : শিক্ষামন্ত্ৰী ৰণোজ পেগু

নীলমণি শৰ্মা by নীলমণি শৰ্মা
May 20, 2021 4:25 pm
mam
457
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰিত্ব লাভ কৰিয়ে প্ৰথমবাৰৰ বাবে দুধনৈৰ ৰাভা হাছং পৰিষদৰ কাৰ্যালয়ত আজি উপস্থিত হয় শিক্ষা আৰু ভৈয়াম জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী ৰণোজ পেগু ।

আজি দিনৰ ১১ বজাৰ পৰা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু পৰিষদৰ সকলো ই চি আৰু জি চিৰ সৈতে শিক্ষামন্ত্ৰীগৰাকীয়ে বৈঠক অনুষ্ঠিত কৰে ।
ৰাভা হাছং পৰিষদৰ উন্নয়ন আৰু শেহতীয়া স্থিতিৰ বিষয়ে আলোচনা হোৱা বুলি তেওঁ জানিবলৈ

দিয়ে । সাংবাদিকৰ সম্মুখত মত প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাভা হাছঙক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কৰাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে ।

এই বিষয়ত কেন্দ্ৰই যথাবিহিত ব্যৱস্থা ল’ব বুলিও তেওঁ প্ৰকাশ কৰে ।
বৈঠকতে ৰাভা হাছং পৰিষদক কেনেকৈ ‘মডেল পৰিষদ’ বনাব পাৰি তাৰ বিষয়ে আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে ।

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা পাতিবলৈ জনসাধাৰণক ক’ভিড বিধি মানি চলি সহযোগ কৰিবলৈয়ো মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।পৰিস্থিতি উন্নত হলে পৰীক্ষা অনুষ্ঠিত হ’ব বুলিও তেওঁ প্ৰকাশ কৰে ।

কি মডেলিটীত পৰীক্ষা হ’ব, সেই বিষয়ত পিছত সিদ্ধান্ত লোৱা হ’ব বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মডেলিটি যিয়েই নহওঁক মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’বই ।

পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষা বিভাগ সষ্টম বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলকো সষ্টম হৈ থাকিবলৈ আহ্বান জনায় ।

শিক্ষামন্ত্ৰীয়ে অৱশ্যে হায়াৰ চেকেণ্ডাৰী পৰীক্ষা সন্দৰ্ভত বিশেষ কোনো কথা স্পষ্ট নকৰিলে ।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd