• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত লগত ‘আধাৰ কাৰ্ড’ থকা ৮ গৰাকী বাংলাদেশীক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2019 5:28 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত আজি ৰে’লৱে আৰক্ষীয়ে ৮ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে। ৰে’লৱে আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে আজি দিনৰ প্ৰায় ২ বজাত নামনিমুৱা চেন্নাই এক্সপ্ৰেছ ট্ৰেইনখন ধৰিবলৈ ৰৈ থকা অৱস্থাতে ষ্টেশ্যনত তহল দি থকা ৰে’লৱে আৰক্ষীৰ এটা দলে সন্দেহবশতঃ সোধা পোচা কৰাৰ পিছতে তেওঁলোকক আটক কৰে।

উল্লেখযোগ্য যে ধৃত আটাই কেইগৰাকী ব্যক্তিৰ লগত আধাৰ কাৰ্ড আছে যিসমূহ ৰে’লৱে আৰক্ষীয়ে জাল বুলি সন্দেহ কৰিছে। উক্ত আধাৰ কাৰ্ড কেইখনৰ লগতে ৰে’লৱে আৰক্ষীয়ে তেওঁলোকৰ পৰা বাংলাদেশৰ চিম কাৰ্ড সংলগ্ন কেইবাটাও মোবাইল ফ’ন জব্দ কৰে।

আটকাধীন ব্যক্তিকেইজনক ক্ৰমে আক্ৰাম হুছেইন (১৯), দিলৱাৰ হুছেইন (১৯), ৰুবেল হুছেইন (১৯), কমল হুছেইন (২০), মনিৰ হুছেইন (২১), আবু তাহেৰ (১৮), ছবুজ হুছেইন (১৯) আৰু মানিৰ হুছেইন (১৮) বুলি চিনাক্ত কৰা হৈছে।

ৰে’লৱে আৰক্ষীয়ে জনোৱা মতে আটাইকেইগৰাকী ব্যক্তিয়ে বাংলাদেশৰ চিটাগং জিলাৰ ভজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিকনচেৰা অঞ্চলৰ বাসিন্দা।

ৰে’লৱে আৰক্ষীৰ আগত স্বীকাৰ কৰা অনুসৰি তেওঁলোকে যোৱা ২০ এপ্ৰিলত আগৰতলা হৈ ভাৰতত প্ৰৱেশ কৰে আৰু পিছদিনাই গুৱাহাটী অভিমুখি এখন বাছত উঠি আজি পুৱা গুৱাহাটীত উপস্থিত হয়।

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd