• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে চূড়ান্ত তথ্য : ৰাজ্যত মুঠ ২,১৯,৯১,১১২ গৰাকী ভোটাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2019 10:48 am
unnamed-750x375-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো

654
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ সৰ্বমুঠ ২,১৯,৯১,১১২ গৰাকী ভোটাৰে এইবাৰ ভোটদানৰ সুযোগ পাব। তিনিওটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ মনোনয়ন-পৰ্ব সামৰণি পৰাৰ পাছত শুকুৰবাৰে নিৰ্বাচন আয়োগে ভোটাৰৰ চূড়ান্ত তথ্য তালিকা প্ৰকাশ কৰিছে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনৰ মুঠ ভোটাৰৰ ১,১২,৩৫,১২৯ গৰাকী পুৰুষ; ১,০৭,৫৫,৪৯২ গৰাকী মহিলা আৰু ৪৯১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।

চূড়ান্ত তথ্য অনুসৰি, তেজপুৰ লোকসভা সমষ্টিত ১৪,৯৪,৮৭৮ গৰাকী, কলিয়াবৰত ১৭,৩১,৬১০ গৰাকী, যোৰহাটত ১৩,৬০,৩২৮ গৰাকী, ডিব্ৰুগড়ত ১৩,১২,১৯৬ গৰাকী, লখিমপুৰত ১৭,০৪,৪৪৭ গৰাকী, কৰিমগঞ্জত ১৩,৩৮,০০৫ গৰাকী, শিলচৰত ১১,৯১,২৮৯ গৰাকী ভোটাৰ আছে।

সেইদৰে, স্বায়ত্ত শাসিত জিলা (ডিফু)ত ৭,৯৫,০৮৫ গৰাকী, মঙলদৈত ১৭,৯৫,৫২৯ গৰাকী, নগাঁৱত ১৭,৯০,৬৮৪ গৰাকী, ধুবুৰীত ১৮,৫৬,১৬৮ গৰাকী, কোকৰাঝাৰত ১৭,৬৫,৪২৩ গৰাকী, বৰপেটাত ১৬,৭৬,৮৫৪ গৰাকী আৰু গুৱাহাটীত ২১,৭৮,৬১৭ গৰাকী ভোটাৰ আছে।

আয়োগে জানিবলৈ দিয়া মতে, সংক্ষিপ্ত সংশোধনীৰ সময়তকৈ ২,৩০,৫০৮ গৰাকী ভোটাৰ বৃদ্ধি পাইছে। আনহাতে, ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা পূৰ্বৰ দৰে ২৮,১৪৩টাই  আছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd