• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টুইটাৰ ক্ৰয় কৰি ‘সৰ্বস্বান্ত’ হোৱাৰ পথত মাস্ক! হেৰুৱালে ২০০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2023 10:40 am
টুইটাৰ ক্ৰয় কৰি ‘সৰ্বস্বান্ত’ হোৱাৰ পথত মাস্ক! হেৰুৱালে ২০০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Elon Musk becomes the first person in history সময়ৰ নিয়মত সময়ৰ চকৰি সলনি হয়। এইবাৰ কোটিপতি এলন মাস্কো সেই নিয়মৰ বেহুজালত সোমাই পৰিছে। তেওঁ এসময়ত ৩২১ বিলিয়ন আমেৰিকান ডলাৰৰ গৰাকী হৈছিল। টেছলা-টুইটাৰৰ গৰাকীয়ে যোৱা কেইমাহমানত প্ৰায় ২০০ বিলিয়ন ডলাৰ হেৰুৱাইছে। তেওঁৰ অভিলেখ সম্পত্তিৰ পতনৰ বিষয়ে এতিয়া বিভিন্ন সংবাদ মাধ্যমত চৰ্চা হৈছে।

ব্লুমবাৰ্গৰ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, ২০২১ চনৰ নৱেম্বৰত মাস্কৰ মুঠ সম্পত্তিৰ মূল্য আছিল ৩৪০ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য অতি কমেও ২৮ লাখ কোটি টকাতকৈ অলপ বেছি। জেফ বেজোছৰ পিছত মাস্ক বৰ্তমান বিশ্বৰ একমাত্ৰ ব্যক্তি যাৰ মুঠ সম্পত্তিৰ মূল্য ২০০ বিলিয়ন অতিক্ৰম কৰিছিল।

লগতে পঢ়ক: নতুন বছৰৰ বাৰ্তা! বছৰৰ অন্তিম দিনটোতো মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই

কিন্তু যোৱা নৱেম্বৰৰ পৰা টুইটাৰৰ স্বত্তাধিকাৰীৰ আৰু কোনো উত্থান দেখা যোৱা নাই। তাৰ পৰিৱৰ্তে তেওঁক লুই ভিটোৰ গৰাকী বাৰ্ণাৰ্ড আৰ্নাল্টে প্ৰত্যাহ্বান জনালে।

সমালোচকসকলে কয় যে মাস্কে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত টুইটাৰৰ গৰাকী হোৱাৰ পিছৰে পৰা আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। বৃহৎ ঋণেৰে টুইটাৰ ক্ৰয় কৰাৰ পিছত তেওঁৰ কোম্পানী টেছলাৰ শ্বেয়াৰ বজাৰত হ্ৰাস পাইছে। লাভো বৃহৎ হাৰত হ্ৰাস পাইছে।

টেছলাৰ অংশীদাৰসকলে ভাবিলে যে টেছলাতকৈ টুইটাৰ এলনৰ বাবে অধিক গুৰুত্বপূৰ্ণ, সেয়েহে তেওঁলোকৰ বহুতে বিনিয়োগ বন্ধ কৰে। আকৌ, বহুলোকে বিনিয়োগ কৰাৰ আকাংক্ষা হেৰুৱাইছে।

লগতে পঢ়ক: নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ভাৰতৰ বিকৃত মানচিত্ৰৰ ছবি পোষ্ট! কেন্দ্ৰৰ ৰোষত হোৱাটছএপ

ব্লুমবাৰ্গৰ বিলিয়নেয়াৰ সূচক অনুসৰি, মাস্কৰ মুঠ সম্পত্তিৰ মূল্য আছিল ৩৩৮ বিলিয়ন ডলাৰ। বছৰটোৰ শেষত ই হ’লগৈ ১৩২ বিলিয়ন ডলাৰ। অৰ্থাৎ, তেওঁ প্ৰায় ২০০ বিলিয়ন ডলাৰ হেৰুৱাইছে। যিটোৱে ২০২২ চনত এটা অভিলেখ স্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযোজ্য  হ’ল ট্ৰাম্পৰ নতুন শুল্ক! কেনে প্ৰভাৱ পৰিব ভাৰতৰ ৰপ্তানি বাণিজ্যত; চিন্তিত ব্যৱসায়ীসকল

প্ৰযোজ্য  হ’ল ট্ৰাম্পৰ নতুন শুল্ক! কেনে প্ৰভাৱ পৰিব ভাৰতৰ ৰপ্তানি বাণিজ্যত; চিন্তিত ব্যৱসায়ীসকল

August 27, 2025 10:50 am
ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

August 27, 2025 10:06 am
কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

August 27, 2025 9:31 am
জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

August 27, 2025 8:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযোজ্য  হ’ল ট্ৰাম্পৰ নতুন শুল্ক! কেনে প্ৰভাৱ পৰিব ভাৰতৰ ৰপ্তানি বাণিজ্যত; চিন্তিত ব্যৱসায়ীসকল

প্ৰযোজ্য  হ’ল ট্ৰাম্পৰ নতুন শুল্ক! কেনে প্ৰভাৱ পৰিব ভাৰতৰ ৰপ্তানি বাণিজ্যত; চিন্তিত ব্যৱসায়ীসকল

August 27, 2025 10:50 am
ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

August 27, 2025 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd