• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিনেমাৰ পৰ্দাত দেখা পোৱা নাযাব নেকি এম্মা ৱাটছনক? অনুৰাগীৰ মাজত লাগিল হাহাকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2021 11:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হলিউদৰ জনপ্রিয় অভিনেত্ৰী এম্মা ৱাটছনে অভিনয় কেৰিয়াৰৰ পৰা অৱসৰ ল’লে নেকি?

এই বিষয়টো লৈ ত্ৰিশ বছৰীয়া অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে কাতৰ অনুৰোধ কৰিছে যাতে এমাই পুনৰ চিনেমাৰ পৰ্দালৈ উভটি আহে।

আচলতে শেহতীয়াকৈ বহুদিন ধৰি এমাই চ’চিয়েল মিডিয়াত সক্ৰীয় ৰূপত নাই, সেয়ে গুজৱ উলাইছে যে অভিনেত্ৰীগৰাকীয়ে গ্লেমাৰ জগতখনৰ পৰা আঁতৰি গৈছে?

কিন্তু এই গুজৱটোৱে সৃষ্টি কৰা হৈ-চৈৰ পাছত তেওঁৰ মেনেজাৰে ঘোষণা কৰিছে যে কথাটো মিছা। এম্মাই অভিনয় কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কোনো পৰিকল্পনাৰ কথা ভবা নাই।

মেনেজাৰ জেচন ৱেইনবাৰ্গে বৃহস্পতিবাৰে এণ্টাৰটেইণমেণ্ট উইকলী নামৰ আলোচনীখনলে পঠোৱা এটা বিবৃত্তিত কয় যে এম্মাৰ চ’চিয়েল মিডিয়া একাউণ্টসমূহহে নিষ্ক্ৰিয় হৈ আছে, কিন্তু তেওঁৰ কেৰিয়াৰ ঠিকে চলি আছে।

ডেইলী মেইল কাকতত দেওবাৰে এটা বাতৰি প্ৰকাশ হৈছিল এম্মাই বয়ফ্ৰেণ্ড লিঅ’ ৰবিনটনৰ স’তে সংসাৰ তৰিবলৈ অভিনয় বাদ দিছে।

তাৰ পাছতে টুইটাৰত অনুৰাগীসকল ব্যস্ত হৈ পৰে এম্মাক লৈ। অসংখ্য অনুৰাগীয়ে সিদ্ধান্তটো উঠাই ল’বলৈ অনুৰোধ কৰে।

no more emma watson??? 🥺🥺🥺🥺 she is one of my fav 😭 but it’s okay as long as she’s happy with her decision https://t.co/Jo1N731zJB

— syaa (@syaarhmn_) February 26, 2021

২০০১ চনত ‘হেৰি পটাৰ এণ্ড দা ফিলচফাৰছ ষ্ট’ন’ৰে মাত্ৰ এঘাৰ বছৰ বয়সতে চিনেমা জগতখনত খোজ পেলোৱা অভিনেত্ৰীগৰাকীয়ে পাছলে জে কে ৰাউলিঙৰ চিৰিজটোৰ আটাইকেওখন চিনেমাতে মুখ্য ভুমিকাত অভিনয় কৰি প্ৰভূত জনপ্ৰিয়তা লাভ কৰিছিল।

ইয়াৰ উপৰিও ২০১৪ চনত নাৰী অধিকাৰ কৰ্মী হিচাপে ৰাষ্ট্ৰসংঘৰ গুডউইল এম্বেচাদৰ হিচাপেও নিযুক্ত হৈছিল।

শেষবাৰৰ বাবে এম্মাক দেখা পোৱা গৈছিল ২০১৯ চনৰ ‘লিটল ৱমেন’ নামৰ চিনেমাখনত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd