• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম আৰক্ষীৰ নিত্য-নৈমিত্তিক এনকাউন্টাৰ; আৰক্ষী-চৰকাৰক ধমক বৰপেটা সত্ৰ ন্যায়াধীশ আদালতৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
April 30, 2022 5:31 pm
208
VIEWS
Share on FacebookShare on Twitter

তদন্তৰ সময়ত বা অপৰাধী পলায়ন কৰা আৰু আৰক্ষীয়ে গুলী চালনা কৰাৰ ঘটনা নিত্য নৈমিত্তিক হৈ পৰিছে।

আৰক্ষীৰ কাৰ্যকলাপক স্বচ্ছ আৰু নিকা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি অনুভৱ কৰিছে এখন বিশেষ আদালতে।
সেয়েহে আৰক্ষীৰ এনে কাৰ্যক নিয়ন্ত্ৰণ কৰিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশ দিব লাগে বুলি অনুৰোধ জনাইছে বৰপেটা সত্ৰ ন্যায়াধীশ আদালতে।

অসম আৰক্ষী আৰু চৰকাৰক এই সন্দৰ্ভত এক প্ৰকাৰৰ ধমক দিছে বৰপেটা সত্ৰ ন্যায়াধীশ আদালতে।

গুজৰাটৰ দলিত বিধায়ক জিগনেশ মেৱানী সন্দৰ্ভত বৰপেটা সত্ৰ ন্যায়াধীশ আদালতে দিয়া এক ৰায়দানৰ শেষৰ ফালে এই কথা উল্লেখ কৰিছে।

আৰক্ষীক কৰ্তব্যৰ সময়ত শৰীৰত কেমেৰা লগাবলৈ নিৰ্দেশ দিব লাগে উচ্চ ন্যায়ালয়ে।

কোনো অভিযুক্ত বা অপৰাধী কোনো স্থানলৈ লৈ যোৱা সময়ত কঢ়িওৱা বাহনত CCTVৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিব লাগে।
আৰক্ষী থানাটো CCTVৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিব লাগে।

অন্যথা অসম পুলিচী ৰাজ্য হ’বলৈ গৈ আছে বুলি ৰায়দানটোত উল্লেখ আছে। পুলিছী ৰাজ্য সমাজৰ বাবে ভয়াবহ তথা ই গণতান্ত্ৰিক প্ৰমূল্যৰ পৰিপন্থী বুলি ৰায়দানত উল্লেখ।

অসম আৰক্ষীয়ে যদি অসমক পুলিচী ৰাজ্য কৰিব বিচাৰিছে তেন্তে এয়া বিকৃত চিন্তা।

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ এই ৰায়দানৰ এটি প্ৰতিলিপি উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কৰ জৰিয়তে মূখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰিব।

আৰক্ষীৰ শেহতীয়া কাৰ্য ব্যৱস্থাৰ সংক্ৰান্তত নিজাববীয়াকৈ উচ্চ ন্যায়ালয়ে PIL গ্ৰহণৰ বাবেও অনুৰোধ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ।

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে দিছে এই ৰায়দান।

Recent News

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd