• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইছিছত যোগদান কৰা উচিত ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ ময়িন আলিয়ে! কোনে ক’লে?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2021 4:55 pm
আইছিছত যোগদান কৰা উচিত ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ ময়িন আলিয়ে! কোনে ক’লে?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে জনপ্ৰিয় লেখিকা তছলিমা নাছৰিন।

৫ এপ্ৰিলত তছলিমাই এটা টুইট কৰিছিল যে যদি ময়িন আলীয়ে ক্ৰিকেটত মন বহুৱাব পৰা নাই, তেন্তে তেওঁ ছিৰিয়ালৈ গৈ ইছলামিক উগ্ৰপন্থী সংগঠন আইছিছত যোগদান কৰা উচিত।

 

পাছত তেওঁ টুইটটো ডিলিট কৰি আন এটা টুইটৰ যোগেৰে জনায় যে পূৰ্বৰ টুইটটো sarcastic আছিল।

Haters know very well that my Moeen Ali tweet was sarcastic. But they made that an issue to humiliate me because I try to secularize Muslim society & I oppose Islamic fanaticism. One of the greatest tragedies of humankind is pro-women leftists support anti-women Islamists.

— taslima nasreen (@taslimanasreen) April 6, 2021

উল্লেখযোগ্য যে চলিত বৰ্ষৰ আইপিএলত ইংলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ ময়িন আলী চেন্নাই চুপাৰ কিংছৰ স’তে চুক্তিবদ্ধ হৈছে।

চেন্নাই চুপাৰ কিংছৰ জাৰ্চিত দলটো স্পনছ’ৰ কৰা এটা সুৰাৰ কোম্পানীৰ প্ৰতীক আছে আৰু ময়িন আলীয়ে নিজৰ ধৰ্মীয় বিশ্বাসৰ বাবে উক্ত প্ৰতীকটো পৰিধান কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছিল।

এই বিষয়ে দলৰ মেনেজমেণ্টক জনোৱাৰ পাছত মেনেজমেণ্টে তেওঁৰ জাৰ্চিৰ পৰা প্ৰতীকটো আঁতৰাই ৰাখে।

তাৰপাছতে ক্ৰিকেটাৰজনৰ এই কামক লৈ তছলিমাই বিতৰ্কিত মন্তব্য কৰে।

তছলিমাৰ টুইটটোৰ পাছতে ক্ৰিকেটাৰজনৰ বহুকেইজন সতীৰ্থই লেখিকাগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে।

ইংলেণ্ড ক্ৰিকেট দলৰ তাৰকা জ’ফ্ৰা আৰ্চাৰ, চাকিব মেহমুদ আৰু চাম বিল্লীংছে এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে।

Are you okay ? I don’t think you’re okay https://t.co/rmiFHhDXiO

— Jofra Archer (@JofraArcher) April 6, 2021

ফাষ্ট বলাৰ জফ্ৰা আৰ্চাৰে তছলিমাৰ টুইটটোৰ ৰিপ্লাই দি সোধে- ”আপুনি ঠিকে আছেনে? মই নাভাবো যে আপুনি ঠিকে আছে!”

আনহাতে বেটছমেন চাম বিল্লীংছ আৰু চাকিব মেহমুদে তছলিমাৰ টুইটটোক ‘ধিক্কাৰজনক’ আখ্যা দিছে।

Please everyone report taslimas account! Disgusting!

— Sam Billings (@sambillings) April 6, 2021

তদুপৰি চাম বিল্লীংছে সকলোলৈকে অনুৰোধ জনায় যে তছলিমাৰ একাউণ্টটো যাতে ‘ৰিপৰ্ট’ মৰা হয়।

উল্লেখযোগ্য যে ইংলেণ্ডৰ এগৰাকী বিশেষজ্ঞ অলৰাউণ্ডাৰ ময়িন আলিয়ে দেশখনৰ হৈ ৬১খন টেষ্ট, ১০৯খন এদিনীয়া আৰু ৩৪খন টি-২০ মেচত অংশগ্ৰহণ কৰি খ্যাতি অৰ্জন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd