• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টেষ্টত ৬০০ উইকেটৰ অধিকাৰী হোৱাৰ অনবদ্য অভিলেখ ইংলেণ্ডৰ জিমি এণ্ডাৰছনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 6:54 am
328
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ প্ৰথমগৰাকী বেগী বলাৰ হিচাপে ৬০০ টেষ্ট উইকেট দখল কৰাৰ অনন্য অভিলেখৰ অধিকাৰী হ’ল জেমছ এণ্ডাৰছন।

ইংলেণ্ড আৰু পাকিস্তানৰ মাজত চলি থকা শৃংখলাৰ তৃতীয়খন টেষ্টত পাকিস্তানৰ অধিনায়ক আজাহাৰ আলীৰ উইকেট দখল কৰি এণ্ডাৰছনে ৬০০ উইকেট দখল কৰাৰ মাইলষ্টোনত উপনীত হয়।

জেমছ এণ্ডাৰছন ৬০০ টেষ্ট উইকেট দখল কৰা প্ৰথমগাৰকী বেগী বলাৰ হোৱাৰ বিপৰীতে ৬০০ টেষ্ট উইকেটৰ অধিকাৰী হোৱা বিশ্বৰ চতুৰ্থ গৰাকী বলাৰ।

জেমছ এণ্ডাৰছনৰ উপৰিও শ্ৰীলংকাৰ অফস্পীনাৰ মুথিয়া মুৰুলিধৰণ, অষ্ট্ৰেলিয়াৰ লেগ স্পীনাৰ শ্বেণ ৱাৰ্ণ আৰু ভাৰতৰ লেগ স্পীনাৰ অনিল কুম্বলে ৬০০ৰ অধিক টেষ্ট উইকেট দখল কৰাৰ কৃতিত্ব গঢ়িছিল।

জেমছ এণ্ডাৰছনে টেষ্টত ৬০০ উইকেট দখল কৰাৰ পাছতে বিশ্বৰ বিভিন্ন ক্ৰিকেটাৰে এণ্ডাৰছনক শুভেচ্ছা জ্ঞাপন কৰিছে।

”মই মোৰ জীৱনত কোনো বেগী বলাৰে টেষ্টত ৬০০ টা উইকেট দখল কৰা দেখা পাম বুলি ভবা নাছিলো। এয়া মাথো সংখ্যা নহয় এয়া বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁৰ বলিঙৰ গুণগত মানদণ্ড- উইকেট ফাষ্ট, শ্লো, বাউঞ্চ, চীম যিধৰণৰ পৰিবেশে নহওঁক সেয়া তেওঁৰ বলিঙৰ ওপৰত নিৰ্ভৰ নকৰে। জিমি ছাৰ আপুনি শ্ৰেষ্ঠ,”  ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ যুৱৰাজ সিঙে  ছ’চিয়েল মিডিয়াত এণ্ডাৰছনক শুভেচ্ছা জ্ঞাপন কৰি এইদৰে লিখে।

Recent News

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd