• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হেক হ’ল ঘৰত লগোৱা চিচিটিভি! সকলোৱে দেখিলে ইউটিউবাৰৰ উলংগ ছবি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 14, 2023 7:46 pm
29.2k
VIEWS
Share on FacebookShare on Twitter

বহু লোকে নিজৰ ঘৰৰ ভিতৰত চিচিটিভি কেমেৰা স্থাপন কৰে। গতিকে এই ক্ষেত্ৰত হওক সাৱধান।

যিকোনো সময়তে আপোনাৰ গোপনীয়তা উন্মোচিত হ’ব পাৰে। 

শেহতীয়াকৈ ঘৰৰ ভিতৰত চিচিটিভি কেমেৰা লগোৱাৰ পৰিণাম ভুগিছে এজন ইউটিউবাৰে।

ইউটিউবাৰজনে ঘৰত চিচিটিভি কেমেৰা স্থাপন কৰিছিল। 

ইয়াৰ পিছত ইউটিউবাৰৰ উলংগ ফটো আৰু ভিডিঅ’, গোপন মুহূৰ্তৰ দৃশ্য নেট জগতত বিয়পি পৰিছে। বন্ধু এজনৰ পৰা জানিব পাৰি ইউটিউবাৰগৰাকীয়ে বান্দ্ৰা (পশ্চিম) আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

নেট জগতত বিয়পি পৰা সেই সকলোবোৰ ভিডিঅ’ত ইউটিউবাৰজনক উলংগ হৈ ঘূৰি ফুৰা দেখা গৈছে। তেওঁৰ মাতৃ আৰু ভগ্নীকো বাথৰুমৰ পৰা উলংগ হৈ ওলাই অহা ফুটেজ ভাইৰেল হৈ পৰিছে। 

জনিব পৰা মতে ১৭ নৱেম্বৰত ইউটিউবাৰৰ ঘৰৰ চিচিটিভি হেক কৰি সেই সকলোবোৰ ভিডিঅ’ আৰু ছবি সংগ্ৰহ কৰিছিল চাইবাৰ অপৰাধীয়ে।

ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাৰ বিষয়াসকলেও এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Recent News

ওড়িশাত গো সৰ্বৰাহৰ মিচা অভিযোগত দুজন দলিত ব্যাক্তিৰ ওপৰত নিৰ্যাতন

ওড়িশাত গো সৰ্বৰাহৰ মিচা অভিযোগত দুজন দলিত ব্যাক্তিৰ ওপৰত নিৰ্যাতন

বাল্যবিবাহৰ বিৰুদ্ধে বিশেষ পদক্ষেপ: জিলা শিশু সুৰক্ষা বিষয়াৰ পদবী বাল্য বিবাহ নিষেধাজ্ঞা বিষয়া হিচাপে পৰিৱৰ্তন

বাল্যবিবাহৰ বিৰুদ্ধে বিশেষ পদক্ষেপ: জিলা শিশু সুৰক্ষা বিষয়াৰ পদবী বাল্য বিবাহ নিষেধাজ্ঞা বিষয়া হিচাপে পৰিৱৰ্তন

পকা আমৰ লাচী বনোৱাৰ সহজ ৰেচিপি, পঢ়ক সবিশেষ…

পকা আমৰ লাচী বনোৱাৰ সহজ ৰেচিপি, পঢ়ক সবিশেষ…

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd