• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোধোদয়! নিজৰ গালতে চৰৰ উপৰি চৰ মাৰিলে প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে, কিন্তু কিয়?

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
September 18, 2021 6:34 pm
বোধোদয়! নিজৰ গালতে চৰৰ উপৰি চৰ মাৰিলে প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে, কিন্তু কিয়?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইকামাণ্ডৰ কামাণ্ড মানি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে নিজৰ গালত নিজে চৰ মাৰি ক্ষমা বিচাৰি আজি পুনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ এই পবিত্ৰ ক্ষণত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ নেদেখাজনৰ চৰণত প্ৰাৰ্থনা জনায় মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

হয়, অসম বিজেপিয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষ্যে ২০টাকৈ দিন উলহ মালহে উদযাপন কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰে অংশস্বৰূপে আজিৰ এই পবিত্ৰ দিনটোত যুৱনেতাগৰাকীয়ে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ ভকত বৈষ্ণৱৰ বাবে প্ৰায় ডেৰশ খন দলিচা যোগান ধৰিছে বুলি মন্তব্য কৰিছে।
সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত উপ- নিৰ্বাচন সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত  কয় যে কোনো কাৰণতে মৰিয়নিবাসীয়ে তেওঁক প্ৰত্যাখ্যান নকৰে।

মৰিয়নিবাসীয়ে তেওঁক কংগ্ৰেছী বুলি ভোট নিদিয়ে,প্ৰতিজন সমষ্টিবাসীৰ সৈতে থকা সু সম্পৰ্কৰ বাবেহে চৰিবাৰকৈ তেওঁ জয়ী হৈছে, সমষ্টি তথা ৰাইজৰ উন্নয়নৰ স্বাৰ্থত দল সলনি কৰিছে যদিও ৰাইজে তেওঁক আগৰ দৰেই আকোৱালি লৈছে।

লগতে কংগ্ৰেছক বৰ্তমান দুবন্ত নাওঁ বুলি আখ্যা দি ৰাইজৰ দল অসম জাতীয় পৰিষদ সকলো একলগ হ’লেও অনাগত নিৰ্বাচনত ৰাইজে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত পুনৰ তেওঁৰ সপক্ষেই ভোট প্ৰদান কৰিব বুলি মন্তব্য কৰিছে নেতাগৰাকীয়ে।লগতে ইতিমধ্যে সমষ্টিৰ কংগ্ৰেছৰ ৮০% কৰ্মী তেওঁৰ সমৰ্থনত আছে বুলি মত প্ৰকাশ কৰিছে।

নিৰ্মলেন্দু পাঠক, টীয়ক

নিৰ্মলেন্দু পাঠক, টীয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

August 23, 2025 8:28 am
মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd