• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 17, 2025 5:26 pm
আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে বিভিন্ন ৰাজনৈতিক দল আৰু সামাজিক-সাংস্কৃতিক সংগঠনৰ ৫০ জনৰো অধিক নেতাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই যোগদান অনুষ্ঠানে ভাৰতীয় জনতা পাৰ্টিক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

ৰাজ্যৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতাসকলে দলৰ নতুনকৈ যোগদান কৰা নেতাসকলক আদৰণি জনায়।

বিজেপিত যোগদান কৰা উল্লেখযোগ্য নেতাসকল হৈছে দৃষ্টি ৰাজখোৱা, (প্ৰাক্তন নেতা, আলফা(স্বাঃ)), মনোজ ধানোৱাৰ (প্ৰাক্তন ৰাজ্যিক সভাপতি, আম আদমী পাৰ্টি), অৰ্জুন চেত্ৰী (প্ৰাক্তন সভাপতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা), অমল পাটোৱাৰী (প্ৰাক্তন সাধাৰণ সম্পাদক, অসম গণ পৰিষদ), ত্ৰিদীপ তালুকদাৰ (অভিনেতা তথা সমাজ কৰ্মী), মাধুৰ্য গোস্বামী (প্ৰাক্তন সভাপতি, শোণিতপুৰ জিলা কংগ্ৰেছ কমিটি), নিৰ্মল পায়েং (ৰাইজৰ দলৰ প্ৰাক্তন যুৱ শাখা সাধাৰণ সম্পাদক) , প্ৰশান্ত শইকীয়া (প্ৰাক্তন সভাপতি, নগাঁও জিলা কংগ্ৰেছ কমিটি), মানস শৰণীয়া (জ্যেষ্ঠ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়), অসীম চমুৱা (অধিবক্তা) আদি।

এই অনুষ্ঠানত ভাষণ দি দিলীপ শইকীয়াই কয় যে কৌশলগত কাৰণত নিৰ্বাচিত লোকসকলকহে বিজেপিত যোগদান কৰিবলৈ দিয়া হৈছে যদিও অনাগত দিনত এনেধৰণৰ আৰু অধিক নেতাক আদৰণি জনোৱা হ’ব।  যোগদান কৰিবলৈ বহুতে অপেক্ষা কৰি আছে যদিও সযতনে পৰিকল্পনাৰ ভিত্তিত আমি কেইজনমানকহে গ্ৰহণ কৰিছোঁ।

শইকীয়াই লগতে কয় যে বিজেপিত যোগদান কৰাটো কেৱল টিকটৰ আকাংক্ষাৰ দৃষ্টিৰে চাব নালাগে। কিছুমানে দলৰ টিকট বিচাৰিব পাৰে, যিটো স্বাভাৱিক। কিন্তু উপযুক্ত সময়ত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। সকলোৱে টিকট নাপাব—কিন্তু সকলোৱে দীৰ্ঘম্যাদীভাৱে বিজেপিৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি ল’ব লাগিব।”

ৰাইজৰ দলৰ দৰে পাৰ্টি এৰি যোৱা অৰ্জুন চেত্ৰী আৰু আনসকলকো প্ৰশংসা কৰে দিলীপ শইকীয়াই। তেওঁ কয়, অখিল গগৈৰ কাষত মানুহ বেছি দিন নাথাকে। কমল মেধিৰ পৰা নিৰ্মল পায়েংলৈকে —সকলোৱে অখিল গগৈৰ শিবিৰ এৰি গৈছে।

শইকীয়াই লগতে উল্লেখ কৰে যে শীঘ্ৰে আৰু অধিক কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

August 23, 2025 8:28 am
মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd