• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাৰ সংহাৰত ভাৰতৰ দৰেই বিপৰ্যয়ৰ গৰাহত চুবুৰীয়া নেপাল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2021 9:41 am
Covid in

প্ৰতিনিধিত্বমূলক ছবি

523
VIEWS
Share on FacebookShare on Twitter

কৰ’না মহামাৰীৰ কবলত পৰি ভাৰতৰ দৰেই বিপৰ্যয়ৰ সন্মুখীন হৈছে চুবুৰীয়া দেশ নেপাল। শেহতীয়াকৈ দেশখনে কৰ’না সংকট মোকাবিলাৰ বাবে আন্তৰ্জাতিক সহযোগিতাৰ আহ্বান জনাইছে।

দেশখনৰ বৰ্তমান পৰিস্থিতিৰ বাবে তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লি। নেপালত ভাৰততকৈয়ো অধিক বিপৰ্যয়ৰ আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।

নেপালত ৰেডক্ৰছৰ মুৰব্বী ড০ নেত্ৰ প্ৰসাদ তিমছিনাই কৈছে যে ভাৰতত বৰ্তমান যি ঘটিছে সেয়া নেপালত হ’বলৈ গৈ আছে। এই কৰ’নাৰ ঢৌ যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰি তেনেহ’লে আৰু অধিক জীৱন হেৰুৱাব লগা হ’ব।

দেশখনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ডাঃ সমীৰ অধিকাৰীয়ে কৈছে যে দিনে দিনে পৰিস্থিতিৰ অৱনতি ঘটিবলৈ লৈছে আৰু ভৱিষ্যতে ই নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব পাৰে।

ইপিনে নেপালত বিগত ২৪ ঘন্টাত নতুনকৈ প্ৰায় ৯হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে। দৈনিক সংক্ৰমণৰ ফালৰ পৰা দেশখনত এইটো ৰেকৰ্ড। ইয়াৰ পূৰ্বে এই সংখ্যা আছিল ৮হাজাৰ ৬০৫জন।

বৃহস্পতিবাৰে দেশখনত কৰ’না আক্ৰান্ত হৈ ৫৪জন লোকৰ মৃত্যু হৈছে। বুধবাৰেও ৫০জন আক্ৰান্তৰ মৃত্যু হৈছিল।

নেপালৰ কাঠমাণ্ডুকে ধৰি ইয়াৰ উত্তৰ-পশ্চিম তথা পশ্চিমাঞ্চলত সংক্ৰমণ অধিক বৃদ্ধি পাইছে। এই অঞ্চলবোৰত সংক্ৰমণৰ হাৰ হৈছে ৪৭শতাংশ।

দেশখনৰ হাস্পাতালসমূহত ৰোগীৰ মাত্ৰা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ভেকচিনৰ সংকটো দেখা দিছে।

Recent News

কোটি কোটি টকাৰ গাড়ী আৰু ঘৰ! সংগতিবিহীন সম্পত্তি গোচৰত গ্ৰেপ্তাৰ সুন্দৰী কনিষ্টবল

কোটি কোটি টকাৰ গাড়ী আৰু ঘৰ! সংগতিবিহীন সম্পত্তি গোচৰত গ্ৰেপ্তাৰ সুন্দৰী কনিষ্টবল

কুকুৰে কিছুমান লোকক দেখিলেই ভুকিবলৈ আৰম্ভ কৰে : কিন্তু কিয়?

কুকুৰে কিছুমান লোকক দেখিলেই ভুকিবলৈ আৰম্ভ কৰে : কিন্তু কিয়?

মঙলবাৰে পেহেলগামত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰৰ কেবিনেট বৈঠক : ঘোষণা ওমৰ আব্দুল্লাৰ

মঙলবাৰে পেহেলগামত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰৰ কেবিনেট বৈঠক : ঘোষণা ওমৰ আব্দুল্লাৰ

গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা! এইখন শুভ আৰু অশুভৰ মাজৰ যুঁজ!

গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা! এইখন শুভ আৰু অশুভৰ মাজৰ যুঁজ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd