• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩ জানুৱাৰীৰ পৰা এক্সপ্ল’ৰাৰ্ছৰ শৈলাৰোহণৰ প্ৰশিক্ষণ; আগ্ৰহীসকলক যোগাযোগৰ বাবে আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2021 7:58 am
Step_by_steprock_climbing_training

প্ৰতিনিধিত্বমূলক ফটো। উৎস: উইকিপিডিয়া।

296
VIEWS
Share on FacebookShare on Twitter

দুঃসাহসিক ক্ৰীড়া জগতৰ অগ্ৰণী সংগঠন এক্সপ্ল’ৰাৰ্ছৰ উদ্যোগত অহা দেওবাৰৰ পৰা ক্ৰমাগত ৪ টা দেওবাৰে ৪ দিনীয়া কাৰ্যসূচীৰে এক শৈলাৰোহণ প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হৈছে।

৩৫তম বাৰ্ষিক এই শৈলাৰোহণ কাৰ্যসূচীত ১৪ বছৰৰ ওপৰৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰিব পাৰিব।

প্ৰশিক্ষণৰ কালত অংশগ্ৰহণকাৰীসকলক শিলত আৰোহণ-অৱৰোহণ, ট্ৰেকিং, জাংগল এক্সপ্ল’ৰেশ্বন আদিৰ বিষয়ে সম্যক জ্ঞান দিয়া হ’ব।

আনহাতে, নিৰ্বাচিত প্ৰশিক্ষাৰ্থীসকলক হিমালয়লৈ এটা ট্ৰেকিং অভিযানত পঠিওৱা হ’ব বুলি এক্সপ্ল’ৰাৰ্ছৰ এক প্ৰেছ বিজ্ঞপ্তিত জানিবলৈ দিয়ে।

ইচ্ছুক প্ৰাৰ্থীসকলে অহা ৩ জানুৱাৰী পুৱা ৭ বজাত অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত উপস্থিত হ’বলৈ উদ্যোক্তা সকলে আমন্ত্ৰণ জনাইছে।

এই ক্ষেত্ৰত যোগাযোগৰ নম্বৰ হৈছে নিলোৎপল 8761005714, চিন্টু 9508099995।

Recent News

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

উৰিয়ামঘাটত দুষ্কৃতিকাৰীৰ আক্ৰমণ! অগ্নি সংযোগৰ পিছতে গুলী চালনা, আতংকিত অঞ্চলবাসী

উৰিয়ামঘাটত দুষ্কৃতিকাৰীৰ আক্ৰমণ! অগ্নি সংযোগৰ পিছতে গুলী চালনা, আতংকিত অঞ্চলবাসী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd