• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লণ্ডণত খালিস্তানীৰ আক্ৰমণৰ সন্মুখীন বিদেশ মন্ত্ৰী এছ জয়শংকৰ! ফালি পেলালে ভাৰতৰ জাতীয় পতাকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2025 11:33 am
138
VIEWS
Share on FacebookShare on Twitter

লণ্ডনত খালিস্তানীৰ আক্ৰমণৰ সন্মুখীন হৈছে দেশৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ।

অভিযোগ অনুসৰি আৰক্ষীৰ সন্মুখতেই এজন আক্ৰমণকাৰীয়ে ভাৰতৰ পতাকা ফালি পেলায়।

কানাডাৰ লগতে ব্ৰিটেইনতো খালিস্তানী উগ্ৰপন্থীৰ হিংসা যথেষ্ট বৃদ্ধি পোৱাটো আকৌ এবাৰ প্ৰমাণিত হৈছে। ইয়াৰ উপৰিও বিদেশৰ মাটিত ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ নিৰাপত্তা সন্দৰ্ভতো ডাঙৰ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে।

বিশেষজ্ঞ সকলে অনুমান কৰা মতে, এই আক্ৰমণৰ আঁৰত কুখ্যাত খালিস্তানী উগ্ৰপন্থী পাননুন জড়িত থাকিব পাৰে।

উল্লেখ্য যে মঙলবাৰে ব্ৰিটেইনত অৱতৰণ কৰিছিল জয়শংকৰে। তেওঁ তাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে সাক্ষাৎ কৰে।

জানিব পৰা মতে, বুধবাৰে এক আলোচনাত অংশগ্ৰহণ কৰি জয়শংকৰে চাথাম হাউছৰ পৰা ওলাই আহিছিল। সেই সময়ত পথৰ কাষত হালধীয়া পতাকা লৈ এদল লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অভিযোগ অনুসৰি, সেই সময়ত জয়শংকৰৰ কনভয়ৰ ঠিক সন্মুখলৈ এজন ‘আক্ৰমণকাৰী’ দৌৰিছিল। তেওঁ আৰক্ষীৰ সন্মুখতে ভাৰতীয় পতাকা ফালি পেলাইছিল।

প্ৰথমতে আৰক্ষীয়েও এই সমগ্ৰ ঘটনাত স্তম্ভিত হৈ পৰিছিল। তাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে ‘আক্ৰমণকাৰী’আটক কৰাৰ লগতে  প্ৰতিবাদকাৰীসকলক আঁতৰাই পঠায়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd