• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোৱাইট ৱাশ্বৰ লক্ষ্যৰে আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম টি-২০ত অৱতীৰ্ণ হ’ব ভাৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2020 10:17 am
235
VIEWS
Share on FacebookShare on Twitter

অষ্ট্রেলিয়াক নিজৰ ভূমিত হোৱাইট ৱাশ্ব কৰাৰ লক্ষ্যৰে আজি টি-২০ শৃংখলাৰ অন্তিমখন মেচত অৱতীৰ্ণ হ’ব বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দল।

ইতিমধ্যে ২-০ত টি-২০ শৃংখলা দখল কৰিছে ভাৰতে।

এদিনীয়া শৃংখলাৰ প্ৰথম দুখন মেচ পৰাস্ত হৈ শৃংখলা হেৰুওৱাৰ পিছত ভাৰতে অষ্ট্ৰেলিয়া দলক ক্ৰমাগতভাৱে তিনিখন মেচত পৰাস্ত কৰি আজি চতুৰ্থটো জয় সাব্যস্তৰ লক্ষ্যৰে ফিল্ডত নামিব।

অলৰাউণ্ডাৰ ৰবিন্দ্ৰ জাদেজা, হাৰ্দিক পাণ্ডিয়া নৱাগত বলাৰ টি নটৰাজনৰ চকুত লগা প্রদর্শনৰ সুবাদতে ভাৰতে প্রথম দুখন টি-২০ জয়ী হ’বলৈ সক্ষম হৈছে।

বৰ্তমান জাদেজা আঘাতৰ বাবে দ্বিতীয় আৰু তৃতীয়খন টি-২০ৰ পৰা দলৰ বাহিৰত আছে।

ইফালে অষ্ট্ৰেলিয়াৰ নিয়মীয়া অধিনায়ক এৰন ফিন্স, ডেভিদ ৱাৰ্নাৰ, মিচেল ষ্টার্ক, পেট কমিনছ আৰু জ’ছ হেজেলউডক আগন্তুক টেষ্ট শৃংখলাৰ বাবে দলে জিৰণি দিয়াত দলটোত যথেষ্ট প্রভাৱ পৰিছে বুলি অনুভৱ কৰে বিশেষজ্ঞসকলে।

যদিহে ভাৰতে টি-২০ শৃংখলাত অষ্ট্রেলিয়া দলক হোৱাইট ৱাশ্ব কৰিব পাৰে তেন্তে আগন্তুক চাৰিখনীয়া টেষ্ট শৃংখলাত দলটোৰ মনোবল যথেষ্ট পৰিমানে বৃদ্ধি পাব।

উল্লেখ্য যে টেষ্ট শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে আজিৰ মেচত বেগী বলাৰ মহম্মদ ছামী আৰু যশপ্ৰীত বুমৰাহক জিৰণি দিয়াৰ সম্ভাৱনা আছে।

Recent News

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd