• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাইক-মোবাইল ক্ৰয় কৰিবলৈ নিজ শিশু কন্যাক বিক্ৰী কৰিলে এগৰাকী পিতৃয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2020 8:21 pm
newborns-effort-facilities-needed-pregnant-provide-basic_78e8dd6e-7ab6-11e8-8d5f-3f0c905295d2
431
VIEWS
Share on FacebookShare on Twitter

এগৰাকী পিতৃয়ে বাইক আৰু মোবাইল ফোন ক্ৰয় কৰিবলৈ নিজ কন্যাক বিক্ৰী কৰাৰ দৰে এক নিষ্ঠুৰ ঘটনা সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে।

ঘটনাৰ বিৱৰণী অনুসৰি কৰ্ণাটকৰ চিক্কাবালপুৰৰ এখন গাঁৱত এই ঘটনা সংঘটিত হৈছে।

বাংগালুৰুৰ পৰা মাত্ৰ ৭০ কিলোমিটাৰ নিলগৰ চিক্কাবালপুৰৰ চিন্তামণি মৌজাৰ অন্তৰ্গত টিনাকাল গাঁৱৰ এগৰাকী লোকৰ পত্নীয়ে তিনি মাহৰ পূৰ্বে এটি কন্যা সন্তান জন্ম দিছিল।

পেছাত কৃষক লোকজনে উক্ত নৱজাতক কন্যাটি ১ লাখ টকাৰ বিনিময়ত অন্য এক দম্পতিৰ হাত বিক্ৰী কৰিছিল।

লোকজনৰ প্ৰতিৱেশীয়ে এই সমস্ত ঘটনাক্ৰম জানিব পাৰি স্থানীয় প্ৰশাসনক খবৰ দিয়ে।

ইয়াৰ পিছতে নাৰী ও শিশু কল্যাণ বিভাগৰ বিষয়াই অভিযুক্তৰ পত্নীৰ ওচৰত উপস্থিত হৈ সমস্ত ঘটনা শুনাৰ পিছত কন্যা শিশুটিক উদ্ধাৰ কৰি মাতৃৰ হাতত গতাই দিয়ে।

পত্নী তথা কন্যাটিৰ মাতৃয়ে বিষয়াসকলক জনাইছে যে বাইক আৰু মোবাইল ফোন ক্ৰয় কৰিবলৈ তেওঁৰ স্বামীয়ে কন্যা সন্তানটিক ১ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল।

ইফালে ঘটনাটো পোহৰলৈ অহাৰ পিছতে অভিযুক্ত পিতৃজনে ঘৰৰ পৰা পলায়ন কৰি আত্মগোপন কৰিছে।

আৰক্ষীয়ে অভিযুক্ত পিতৃ গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ চাৰিওফালে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd