• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Fight in Flight: কলকাতা-বেংকক বিমানত মাজ আকাশতে মাৰপিটত লিপ্ত যাত্ৰী; চাওক ভাইৰেল ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2022 11:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজ আকাশতে লাগিল কাজিয়া, তাৰ পিছত মাৰপিট! বেংককৰ পৰা কলকাতালৈ যোৱা এখন বিমানত সংঘটিত হৈছিল ঘটনাটো। ঘটনাটো ২৭ ডিচেম্বৰত সংঘটিত হৈছিল। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ঘটনাটো থাই স্মাইল এয়াৰৰ বিমানত সংঘটিত হৈছিল।

ভাইৰেল ভিডিঅ’টোত এগৰাকী বিমান সেৱিকাই দুজন লোকক যুঁজৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰা দেখা গৈছে। পাব্লিক এনাইন্সমেন্ট চিষ্টেমৰ পৰাও ‘অনুগ্ৰহ কৰি বন্ধ কৰক’ বুলি কোৱা শুনিব পোৱা গৈছে। কিন্তু বিমানৰ আন যাত্ৰী আৰু বিমান কৰ্মীসকলৰ উদ্বেগ বৃদ্ধি কৰি দুয়োজন লোকৰ মাজত মাজ আকাশতে কাজিয়া অব্যাহত থাকে।

লগতে পঢ়ক: ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱনৰ ফলত উজবেকিস্তানত কমেও ১৮ টি শিশুৰ মৃত্যুৰ অভিযোগ

যদিও ঘটনাটো দেখি যথেষ্ট আমোদজনক যেন লাগিছে, প্ৰকৃততে ই এক অতি চিন্তনীয় বিষয়। এনেধৰণৰ ঘটনাৰ বাবে আন্তৰ্জাতিক বিমান সেৱাৰ সংস্থাসমূহৰ মাজত ভাৰতীয়সকলৰ নাম অধিক বদনামী হৈ আহিছে।

ভাইৰেল ভিডিঅ’টোত দুয়োজন লোকক তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা গৈছে। এগৰাকী এয়াৰ হোষ্টেছ আহি তেওঁলোকক শান্ত কৰিবলৈ চেষ্টা কৰে। দুয়োজন ব্যক্তিৰ এজনে কোৱা শুনা গৈছে, “আপোনাৰ হাত তললৈ ৰাখক।” মৌখিক বাক-বিতণ্ডা মুহূৰ্ততে হতাহতিলৈ ৰূপান্তৰিত হয়। দেখা গৈছে যে সমস্যাত জড়িত এজন মানুহে তেওঁৰ চশমা খুলিছিল। তাৰ পিছত তেওঁ আনজন ব্যক্তিক থপৰিয়াবলৈ আৰম্ভ কৰিলে।

ইপিনে, আনজন ব্যক্তিক তেওঁক প্ৰহাৰ কৰা দেখা নাছিল। তেওঁ কেৱল সেই প্ৰহাৰৰ পৰা মুখখন সুৰক্ষিত কৰি আছিল। আন যাত্ৰী আৰু বিমান সেৱকসকলে মানুহজনক শান্ত হ’বলৈ অনুৰোধ কৰিছিল। অৱশেষত এগৰাকী এয়াৰ হোষ্টেছে দুয়োকে পৃথক কৰিবলৈ সক্ষম হৈছিল।

Not many smiles on this @ThaiSmileAirway flight at all !
On a serious note, an aircraft is possibly the worst place ever to get into an altercation with someone.
Hope these nincompoops were arrested on arrival and dealt with by the authorities.#AvGeek pic.twitter.com/XCglmjtc9l

— VT-VLO (@Vinamralongani) December 28, 2022

কেইদিনমান পূৰ্বে ইণ্ডিগো এয়াৰলাইনছৰ এটা ভিডিঅ’ পোহৰলৈ আহিছিল। তাত এজন যাত্ৰীক বিমান সেৱিকাৰ ওপৰত চিঞৰি ক্ষোভ উজাৰি থকা দেখা গৈছিল। ইয়াৰ প্ৰত্যুত্তৰত বিমান সেৱিকাই যাত্ৰীজনৰ সৈতে তৰ্কত লিপ্ত হৈছিল। অভিযোগ কৰা হৈছিল যে যাত্ৰীজনে বিমান সেৱিকাসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd