• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ফিল্মফেয়াৰ এৱৰ্ডছ ২০২০, সোমবাৰে চুক্তি

চলমান খান, শ্বাহৰুখ খান, দীপিকা পাদুকনকে আদি কৰি বহু বলিউদি তাৰকা অনুষ্ঠানটোত উপস্থিত থাকিব।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 24, 2019 9:55 pm
Manushi_Chhillar Filmfare Awards 2019: Assam tourism, TOI group to sign MoU on Monday

ফিল্মফেয়াৰ এৱৰ্দ ২০১৮ৰ ছবি। সৌজন্য-- উইকিমিদিয়া কমনছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰ্য্যটন বিভাগে গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ফিল্মফেয়াৰ এৱৰ্ডছ ২০২০ৰ বাবে সোমবাৰে টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ সৈতে চুক্তি কৰিব।

ভিভান্তা গুৱাহাটী হোটেলত এই চুক্তি স্বাক্ষৰিত হ’ব।

অনুষ্ঠানটো টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ পৰিচালন সঞ্চালক বিনীত জৈন, অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৰ্য্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত থাকিব।

১৫ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ এৱৰ্ডছ ২০২০ত অসমৰ পৰ্য্যটন বিভাগ থাকিব ডেষ্টিনেচন পাৰ্টনাৰ হিচাপে।

মুম্বাইৰ বাহিৰত এইটোৱেই হ’ব ফিল্মফেয়াৰৰ প্ৰথমটো বঁটা প্ৰদান অনুষ্ঠান, জনায় অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

অনুষ্ঠানটোৰ নামত সমস্যাপীড়িত ৰাজ্য অসমৰ বহুধন খৰচ হ’ব বুলি বহুলোকে আপত্তি কৰিছে যদিও বৰুৱাই ইয়াৰ আন এক দিশ কৈছে।

“যোৱাবছৰ ফিল্মফেয়াৰৰ ৰীচ্চ (reach) আছিল ২০০ কোটি মানুহ। ২০০ কোটি মানুহৰ মাজলৈ অসমৰ পৰ্য্যটনৰ ক্ষেত্ৰসমূহক নিবলৈ বহুত ডাঙৰ খৰচ এটা হ’ব। ২০০ কোটি মানুহৰ ওচৰলৈ নিবলৈ ৩০০ ৰ পৰা ৪০০ কোটি টকা লাগিব। এজন মানুহৰ ওচৰলৈ ডেৰ টকাৰ পৰা ২ টকা পৰ্য্যন্ত লাগিব। তাৰে ১০ ভাগৰ এক অংশ অসম পৰ্য্যটনে দিব লাগিব আৰু বাকী ৯ অংশ টাইমছ অব ইণ্ডিয়াই বহন কৰিব,” বৰুৱাই কয়।

৪০০ কোটি টকাৰ ১০ ভাগৰ ১ অংশ হিচাপে যদি ধৰা হয় তেন্তে অসমৰ পৰ্য্যটন বিভাগে খৰচ কৰিব লাগিব ৪০ কোটি টকা।

বৰুৱাই কয় যে, ডেষ্টিনেশ্যন পাৰ্টনাৰ হিচাপে অসম পৰ্য্যটনৰ লক্ষ্য বলিউডৰ জনপ্ৰিয় তাৰকাসকলৰ জৰিয়তে নিজকে মানুহৰ মাজলৈ লৈ যোৱা।

“ফিল্মফেয়াৰ চোৱাসকলে অচাম আছাম দেখিব, অসমৰ পৰ্য্যটন ক্ষেত্ৰসমূহ দেখিব,” বৰুৱাই কয়।

“কেৱল পৰ্য্যটন ক্ষেত্ৰতেই নহয় অসমৰ সংস্কৃতি, চিনেমা জগতলৈয়ো ই বৃহৎ পৰিমাণৰ অৰিহণা আগবঢ়াব।”

বঁটা প্ৰদান অনুষ্ঠানটোৰ বাবে এতিয়াও গুৱাহাটীত স্থান ঠিক কৰা হোৱা নাই।

“টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ প্ৰতিনিধিয়ে আহি গুৱাহাটীৰ তিনিটা স্থান দৰ্শন কৰি গৈছে,” বৰুৱাই কয়।

বৰুৱাৰমতে, ১০হাজাৰ লোকে এই অনুষ্ঠান লাইভ উপভোগ কৰিব পাৰিব আৰু অসমৰ ৰাইজৰ বাবে টিকেটৰ আচুতীয়া ব্যৱস্থা কৰা হ’ব।

তাৰোপৰি, বুক মাই শ্ব’ৰ জৰিয়তেও ফিল্মফেয়াৰ এৱৰ্ডছৰ টিকেট ক্ৰয় কৰিব পাৰিব বুলি বৰুৱাই জনায়।

খবৰমতে, চলমান খান, শ্বাহৰুখ খান, দীপিকা পাদুকনকে আদি কৰি বলিউদৰ বহু তাৰকা অনুষ্ঠানটোত উপস্থিত থাকিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd