• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ; মনোনয়ন উঠাই ল’লে অগপৰ বাবুল জহৰীয়ে

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
January 7, 2019 10:34 pm
বাবুল জহৰী 
ফটো : নৰ্থ-ইষ্ট নাও

বাবুল জহৰী ফটো : নৰ্থ-ইষ্ট নাও

518
VIEWS
Share on FacebookShare on Twitter

আজি প্ৰকাশ পালে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থী তালিকা। ১৪০গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন উঠাই লয়। ইয়াৰ ভিতৰত দহ গৰাকী নিৰ্দলীয় আৰু আন এগৰাকী অগপ দলৰ প্ৰাৰ্থী বাবলু জহৰী।

অগপ প্ৰাৰ্থী বাবলু  জহৰীয়ে দেহাংগী আসনত চি ই এম দেবোলাল গাৰ্লচাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে সাজু হৈছিল যদিও আজি অগপ নেতা বাবলু জহৰীয়ে ৰহস্যজনকভাৱে নিজৰ মনোনয়ন উঠাই লয়। অৱশ্যে জহৰীয়ে কিয় মনোনয়ন প্ৰত্যাহাৰ কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে পাৰ্বত্য পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে উত্তপ্ত হৈ পৰিছে সামগ্ৰীক ৰাজনীতি। কোন ৰাজনৈতিক দলে শেষ হাঁহি মাৰিব সেই ছবি এতিয়াও পৰিষ্কাৰ হোৱা নাই। কাৰণ বিজেপি দলৰ টিকট বিতৰণত হোৱা অনিয়মৰ কাৰনে জিলাৰ বিভিন্ন অঞ্চলত দলীয় বিসম্বাদে গা কৰি উঠিছে। যাৰ কাৰণে শাসকীয় দলৰ নেতাসকলৰ জয়ৰ আশা ক্ষীণ হৈ পৰিছে।

আনহাতে এইবাৰৰ পৰিষদ নিৰ্বাচনত অভাৱনীয়ভাৱে নিৰ্দলীয় প্ৰাৰ্থীৰ উত্থান হোৱা পৰিলক্ষিত হৈছে। তদুপৰি বিজেপিৰ বিসম্বাদৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি বিৰোধী শক্তিয়ে নিৰ্বাচনত জয়ী হোৱাৰ বাবে সৰ্বোচ্চ উজাৰি দিয়া দেখা গৈছে।

উল্লেখ্য মনোনয়ন উঠাই লোৱা নিৰ্দলীয় প্ৰাৰ্থীসকল হৈছে ক্ৰমে কুৰ ৰংপি (গৰমপাণি), ৰথীন্দ্ৰ থাউচেন (লাঙটিং), চুঙছান হাউলাই (জাতিঙ্গা), অবাষ্টিঙ পাচ’ৱান (জাতিঙ্গা), লালাঙ্গাম বাপুই (জাতিঙ্গা), হাইলামকুম্বে কুয়ামে (দিহামলাই), যতন নাইডিঙ (মাইবাঙ পূৰ্ব), দিনেশ ফং’ল (লাঙটিং), হেউদেউবুয়েঙ নৃয়ামে (হাঙ্গ্ৰুম) আৰু লালৰূপই মাৰ (মাহুৰ)।

Recent News

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd