• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১১.৯৬ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত পত্নীসহ ৰেমো ডি’ চুজাকে ধৰি ৭জনৰ বিৰুদ্ধে FIR দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2024 10:03 am
ৰেমো ডি’চুজা আৰু তেওঁৰ পত্নী লিজেল। ফটোঃ সংগ্ৰহীত।

ৰেমো ডি’চুজা আৰু তেওঁৰ পত্নী লিজেল। ফটোঃ সংগ্ৰহীত।

349
VIEWS
Share on FacebookShare on Twitter

ৰেমো ডি’চুজাকে ধৰি ৭জন লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। ৰেমো এজন বিখ্যাত কৰিঅ’গ্ৰাফাৰ আৰু বহু ডান্স ৰিয়েলিটি শ্ব’ৰ বিচাৰক। তেওঁৰ বিৰুদ্ধে নৃত্য দল এটাক ১১.৯৬ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে।

বাতৰি মতে, ১৬ অক্টোবৰত মহাৰাষ্ট্ৰৰ থানাত ৰেমো, তেওঁৰ পত্নী লিজেল আৰু আন পাঁচজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। ১৯ অক্টোবৰত আৰক্ষীয়ে এই তথ্য প্ৰকাশ কৰে। ২৬ বছৰীয়া এগৰাকী নৃত্যশিল্পীয়ে তেওঁৰ বিৰুদ্ধে মীৰা ৰোড থানাত এই গোচৰ ৰুজু কৰে।

ৰেমো আৰু তেওঁৰ পত্নীৰ বাহিৰেও এজন আৰক্ষীকে ধৰি আন পাঁচজন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। বাকী চাৰিজন হৈছে ওমপ্ৰকাশ শংকৰ চৌহান, ৰোহিত যাদৱ, বিনোদ ৰাউত আৰু ৰমেছা গুপ্তা।

এফ আই আৰ অনুসৰি অভিযোগকাৰীয়ে দাবী কৰিছে যে ২০১৮ চনৰ পৰা ২০২৪ চনলৈকে ৰেমো আৰু তেওঁৰ সহযোগীয়ে তেওঁক প্ৰতাৰণা কৰিছিল। টিভিৰ এটা নৃত্য অনুষ্ঠানত গ্ৰুপটোৱে অনুষ্ঠান পৰিৱেশন কৰি শ্ব’টোত জয়ী হোৱা বুলিও জনা গৈছে। এই অনুষ্ঠানত দলটোৱে জয়লাভ কৰি নগদ ধনৰ পুৰস্কাৰ লাভ কৰে। অভিযোগ অনুসৰি ৰেমো আৰু তেওঁৰ সহযোগীসকলে নিজাকৈ একাউণ্ট দাখিল কৰি দলটোৰ পৰা ১১.৯৬ কোটি টকা আত্মসাৎ কৰে।

সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ৰেমোৰ নাম এনে বিতৰ্কৰ সৈতে জড়িত হোৱাটো প্ৰথম নহয়। প্ৰায় ৮ বছৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে ৫ কোটি টকাৰ জালিয়াতিৰ গোচৰ ৰুজু হৈছিল। অভিযোগকাৰীয়ে অভিযোগ উত্থাপন কৰিছিল যে ৰেমোই তেওঁৰ পৰা ছবি নিৰ্মাণৰ নামত ৫ কোটি টকা লৈ ১০ কোটি টকা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁ সেই ধন ঘূৰাই নাপালে বুলি কয়। ২০২৪ চনৰ আগষ্ট মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানি গ্ৰহণ কৰা হৈছিল।

Recent News

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd