• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱৰ জামুগুৰিত ভয়ংকৰ অগ্নিকাণ্ড : ৰাজনৈতিক প্ৰতিহিংসাৰ সন্দেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2018 8:04 pm
fire in nagaon.docx photo

অগ্নিকাণ্ডত বিধ্বস্ত স্কুটাৰ আৰু চাইকেল। ফটো : নৰ্থইষ্ট নাও

352
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ জাজৰি জামুগুৰিত অগপ নেত্ৰী অৱন্তী দেৱীৰ ঘৰৰ চৌহদত থকা খেৰৰ মেজিত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত খেৰৰ মেজিৰ লগতে এখন স্কুটাৰ আৰু এখন চাইকেল জুইত জাহ যোৱা ঘটনাই সমগ্ৰ জাজৰি অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, সোমবাৰে পুৱতি নিশা অগ্নিনিৰ্বাপক বাহিনী, জাজৰি আৰক্ষী আৰু ৰাইজৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰা হয়। এই সকলোৰে প্ৰচেষ্টাত জুই বিয়পি পৰাৰ পৰা ৰোধ হোৱাৰ লগতে এক ব্যাপক ক্ষতিৰ পৰাও অঞ্চলবাসী ৰক্ষা পৰে।

উল্লেখ্য যে, সদ্যসমাপ্ত পঞ্চায়ত নিৰ্ব‍াচনত হাতীচোং জিলা পৰিষদৰ অগপ দলৰ প্ৰাৰ্থী হিচাপে অৱন্তী দেৱী অৱতীৰ্ণ হৈছিল। অৱন্তী দেৱী অঞ্চলটোত এগৰাকী জনপ্ৰিয় নেত্ৰী হিচাপে যথেষ্ট সমৰ্থনো লাভ কৰিছিল।

আনহাতে, অৱন্তী দেৱীয়ে নিৰ্বাচনী ফলাফলত বুজন সংখ্যক ভোট লাভ কৰিও পৰাজিত হয়। কিন্তু আঞ্চলিক দলটোৰ এই প্ৰাৰ্থীগৰাকীৰ প্ৰতি ৰাজনৈতিক প্ৰতিহিংসাৰ অভিযোগো উত্থাপন হৈছে।

জানিব পৰা মতে, নিৰ্বাচনৰ প্ৰাকমূহূৰ্ততো অৱন্তী দেৱীৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তই আক্ৰমণ চলাইছিল।

Recent News

দৈ খোৱাৰ উপকাৰিতা জানো আহক

দৈ খোৱাৰ উপকাৰিতা জানো আহক

পুষ্টিহীনতাত ভোগা শিশুলৈ ১২ টকা, গৰুলৈ ৪০ টকাৰ সাহায্য : উত্তপ্ত মধ্যপ্ৰদেশৰ বিৰোধী ৰাজনৈতিক মহল

পুষ্টিহীনতাত ভোগা শিশুলৈ ১২ টকা, গৰুলৈ ৪০ টকাৰ সাহায্য : উত্তপ্ত মধ্যপ্ৰদেশৰ বিৰোধী ৰাজনৈতিক মহল

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd