• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথম স্বামী আছিল দেউতাকৰ বয়সৰ, দ্বিতীয় স্বামী নিজতকৈ ৪ বছৰ সৰু; কোন এই অভিনেত্ৰী?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2020 5:14 pm
Monalisha
9.3k
VIEWS
Share on FacebookShare on Twitter

ভোজপুৰী চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী মনালিছাক এতিয়া ভাৰতত চিনি নোপোৱা মানুহ খুব কমেই আছে।

বিশেষকৈ বিগ বছৰ এগৰাকী প্ৰতিযোগী হোৱাৰ পিছৰ পৰা “মনালিছা” গোটেই ভাৰততে এটা জনপ্ৰিয় নাম হৈ পৰে।

টি ভি ধাৰাবাহিক “নাজাৰ”-ৰ জৰিয়তে তেওঁ প্ৰতিঘৰ মানুহৰে পৰিচিত হৈ পৰে।

অনুৰাগীসকলে জানে, এইগৰাকী অভিনেত্ৰীৰ আছে এটা সুখী বৈবাহিক জীৱন। ছ’চিয়েল মিডিয়াত মনালিছাই প্ৰায়ে শ্বেয়াৰ কৰে তেওঁৰ স্বামী বিক্ৰান্ত সিং ৰাজপুতৰ সৈতে ঘনিষ্ঠ মুহূৰ্তৰ বিভিন্ন ফটো। নিজতকৈ ৪ বছৰে সৰু বিক্ৰমৰ সৈতে ২০১৭ চনত মনালিছাৰ বিয়া হৈছিল।

বহুতে স্বামী-স্ত্ৰী হিচাপে এই যুটিটো খুবেই মিলিছে বুলি ধাৰণা কৰে।

কিন্তু ৰ’ব!

এয়া হয়তো বহুতেই নাজানে যে মনালিছাৰ এয়া প্ৰথম স্বামী নহয়।

মনালিছাই ভোজপুৰী চিনেমা জগতত প্ৰথম ভৰি দিয়াৰ সময়তে এজন লোকৰ সৈতে গোপনে বিয়াত বহিছিল, যিজন আছিল তেওঁৰ দেউতাকৰ বয়সৰ।

বিয়াখন কেৱল ডেৰ বছৰহে টিকে আৰু আনুষ্ঠানিকভাৱে দুয়ো বিচ্ছেদ হয়।

বহু বছৰৰ আগৰ এই ইতিহাস প্ৰায় গোপন আৰু এতিয়া অভিনেত্ৰীগৰাকীয়ে লুকুৱাব খোজে। তেওঁ কেতিয়াও নিজৰ প্ৰথম স্বামীৰ কথা আনিবই নোখোজে।

Recent News

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd