• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 5, 2025 8:43 am
53
VIEWS
Share on FacebookShare on Twitter

লালকিল্লাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৫ বাংলাদেশী নাগৰিকক। আটাইকেইজনেই অনুপ্ৰৱেশকাৰী বুলি অভিযোগ উঠিছে। বাংলাদেশী নাগৰিককেইজনে জোৰ কৰি লালকিল্লাত প্ৰৱেশৰ চেষ্টা চলাইছিল। এই অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা বুলি দিল্লী আৰক্ষীয়ে সোমবাৰে নিশা প্ৰকাশ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱাসকলৰ বয়স ২০ৰ পৰা ২৫ বছৰৰ ভিতৰত। তেওঁলোকে অবৈধভাৱে ভাৰতলৈ আহিছিল। দিল্লীত শ্ৰমিক হিচাপে কাম কৰি আছিল।

দিল্লী আৰক্ষীৰ উদ্ধৃতি দি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি সোমবাৰে যুৱককেইজনে জোৰ কৰি লালকিল্লাৰ চৌহদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। দিল্লী আৰক্ষীয়ে দাবী কৰিছে যে গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰা বহু বাংলাদেশী নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে। তেওঁলোকক জেৰা অব্যাহত আছে।

যুৱককেইজনে কিয় লালকিল্লাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। তাত আৰক্ষীয়ে কোনো ধৰণৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল নেকি সেই কথাও জানিবলৈ চেষ্টা চলাইছে।

দেশৰ স্বাধীনতা দিৱস আহি আছে। আৰু তাৰ আগতে আৰক্ষীয়ে লালকিল্লাকে ধৰি দিল্লীৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত নিৰাপত্তা সুদৃঢ় কৰি তুলিছে। ইয়াৰ মাজতে এই ঘটনা সংঘটিত হৈছে।

আনহাতে, দিল্লীকে ধৰি বিভিন্ন ৰাজ্যত বাংলাদেশৰ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ কাম আৰম্ভ হৈছে।

Recent News

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd