• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাৰাষ্ট্ৰৰ স্পা’ত দেহ ব্যৱসায় চক্ৰ উৎখাত; গ্ৰেপ্তাৰ নাগালেণ্ডৰ চাৰিগৰাকী মহিলা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2020 6:51 am
Sex-racket-750x375

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ পুণ্ডলিকনগৰত আৰক্ষীয়ে চলোৱা এক অভিযানত এখন স্পা’ৰ পৰা চলাই থকা এটা ‘দেহ ব্যৱসায় চক্ৰ’ উৎখাত কৰে।

বাতৰি অনুসৰি, অভিযানৰ সময়ত নাগালেণ্ডৰ চাৰিগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰা হৈছে।

পুণ্ডলিকনগৰ আৰক্ষী থানাৰ এটা দলে ইলোৰা স্পা চেন্টাৰত তালাচী চলাই নাগালেণ্ডৰ মহিলা চাৰিগৰাকীৰ লগতে স্পা’খনৰ স্বত্ত্বাধিকাৰী আৰু আন দুজন কৰ্মীক আটক কৰে।

আৰক্ষীয়ে স্প’খন চলাই থকা দাত্তু মানে, অমল ভালেৰাও আৰু সন্দীপ ভালেৰাওৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

বাতৰি অনুসৰি, দিল্লীৰ পৰা গৈ স্পা’খনত কাম কৰিবলৈ উপস্থিত হোৱা নাগালেণ্ডৰ আন দুগৰাকী যুৱতীক আৰক্ষীয়ে উদ্ধাৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

September 5, 2025 3:19 pm
ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

September 5, 2025 2:15 pm
আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

September 5, 2025 1:02 pm
মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

September 5, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

September 5, 2025 3:19 pm
ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

September 5, 2025 2:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd