• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰুষ্ট প্ৰকৃতি; জাতিঙ্গা নৈৰ অবতৰীয়া বানত উটি গ’ল তিনিখন ডাম্পাৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
October 27, 2019 2:17 pm
668
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত ডিমা হাচাও জিলাত অব্যাহত থকা নেৰানেপেৰা বৰষুণে অবতৰীয়া বানৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে নিশাৰ পৰা এতিয়ালৈকে নিৰৱিচ্ছিন্নভাৱে বৰষুণ হৈ আছে। বৰষুণৰ ফলত বুৰ গৈছে পাহাৰীয়া নৈ জাতিঙ্গা,মাহুৰ আৰু দিয়ুঙ।

আৱতৰীয়া বানত হাৰাঙ্গাজাওত পাহাৰীয়া নৈ জাতিঙ্গাৰ ধলে উটুৱাই লৈ যায় তিনিখন দহ চকীয়া ডাম্পাৰ। অবশ্যে ইয়াৰ ফলত প্ৰাণ হানিৰ কোনো খবৰ লাভ কৰা হোৱা নাই।

প্ৰাপ্ত তথ্য অনুসৰি নৈৰ পৰা শিলগুটি, বালি সংগ্ৰহৰ কাৰনে তিনিখন ডাম্পাৰ ৰৈ থকা অৱস্থাত হঠাতে পাহাৰীয়া নৈত সৃষ্টি হোৱা বানে ডাম্পাৰ কেইখন উটুৱাই লৈ যায়।

ইপিনে, হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে ভূমিস্খলন হোৱাৰ ফলত বন্ধ হৈ পৰিছে। তদুপৰি বন্ধ আছে হাফলং-দেহাঙ্গী পথ। উক্ত পথৰ ছনটিলা আৰু  গুঞ্জুঙৰ মাজত ভূমিস্খলন হোৱাৰ বাবে পথটো বন্ধ হৈ পৰে।

জাতিঙ্গা-লামডিং ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকূল এলেকাতো ভূমিস্খলনৰ ফলত যোগাযোগ ব্যহত হৈ পৰিছে।

মহকুমা সদৰ মাইবাঙৰ ওপৰেদি যোৱা মাহুৰ নৈৰ জলস্তৰ বৃদ্ধি পাইছে। লামডিং-বদৰপুৰ ৰেইলপথৰ অবস্থাও ভাল নহয়। ৰেইলপথৰ ওপৰেৰে বৰষুণৰ পানী বাগৰিছে।

Recent News

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd