• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঢোলপাহাৰত উদ্ধাৰ হোৱা বন্যহস্তীটোৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এজনক কৰায়ত্ব

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
May 16, 2019 5:18 pm
IMG-20190516-WA0040

বন বিভাগৰ লোকে গ্ৰেপ্তাৰ কৰা দুলাল ঘটোৱাল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চামগুৰিৰ নিকটৱৰ্ত্তী তথা নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী ঢোলপাহাৰ দাঁতিত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হোৱা মৃত বন্যহস্তীটোৰ মৃত্যুৰ ৰহস্য ফাদিল হৈছে। নগাঁৱৰ পৰা আহি ঘটনাস্থলী পৰিদৰ্শন কৰা বন বিভাগৰ উচ্চ পদস্থ বিষয়াই বন্যহস্তীটোৰ অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত ইতিমধ্যে এজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ধৃত লোকজন উদমাৰি ঢোলপাহাৰৰ বয়সস্থ স্থানীয় কৃষক দুলাল ঘাটোৱাল। জানিব পৰা মতে, লোকজনে নিজৰ খেতি ডৰাত নিশা বন্যহস্তী আহি উপদ্ৰৱ চলাব পাৰে বুলি আশংকা কৰি অবৈধভাৱে খেতি ডৰাৰ কাষত এলুমিনিয়ামৰ তাঁৰত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সংযোগ কৰি থৈছিল।

আনহাতে, বন্যহস্তীটোৰ মৃত্যুৰ পাছতেই ঘটনাস্থলীৰ পৰা ততাতৈয়াকৈ পুৱাই কৃষক জনে আঁতৰাই নিছিল তাঁৰখিনি। কিন্তু পিছত বন বিভাগৰ লোকে ঘাটোৱালৰ ঘৰৰ পৰা পৰিত্যক্ত অৱস্থাত তাঁৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইপিনে, পশু চিকিৎসকৰ দ্বাৰা মৃত বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ পিছত ঘটনাস্থলীতে মৃতদেহটো সমাধিস্থ কৰে বন বিভাগৰ লোকে।

উল্লেখ্য যে, কেৱল মাত্ৰ একাংশ লোকৰ অজ্ঞতাৰ বাবেই চামগুৰিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাই আহিব ধৰিছে হাতী মানুহৰ সংঘাত, বৃদ্ধি পাইছে হাতীৰ অস্বাভাৱিক মৃত্যুৰ হাৰ, বৃদ্ধি পাইছে মানুহৰ ওপৰতো বন্যহস্তীয়ে কৰা আক্ৰমণৰ ঘটনাৰ হাৰো।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd