• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সহস্ৰাধিক সমৰ্থকৰ সৈতে কংগ্ৰেছত যোগদান প্ৰাক্তন অগপ মন্ত্ৰী বুবুল দাসৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 16, 2019 3:30 pm
Bubul Das

কংগ্ৰেছত যোগদান বুবুল দাসৰ।

1.1k
VIEWS
Share on FacebookShare on Twitter

কালিলৈকে মৰিগাঁও জিলাৰ অগপৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি থকা প্ৰাক্তন অগপ মন্ত্ৰী বুবুল দাসে আজি মৰিগাঁও জিলাৰ নেলীত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত আনুষ্ঠানিক ভাবে কংগ্ৰেছ দলত যোগদান কৰে।

প্ৰাক্তন অগপ মন্ত্ৰীগৰাকীৰ সৈতে মৰিগাঁও জিলা অগপৰ সহস্ৰাধিক তৃণামূল নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।

প্ৰাক্তন অগপ নেতাজনক দলটোৰ মজিয়ালৈ আদৰণি জনাই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন, নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ মুখপাত্ৰ অপুৰ্ব ভট্টাচাৰ্য্যই।

কংগ্ৰেছৰ দলীয় সভাত কংগ্ৰেছত যোগদান বুবুল দাসৰ

উল্লেখযোগ্য যে, সোমবাৰলৈ জাতীয়তাবাদৰ পোচাক পিন্ধি থকা নেতাজনে দলীয় নেতৃত্বৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি অগপৰ পৰা পদত্যাগ কৰিছিল। মূলত অগপ আৰু বিজেপিৰ মিত্ৰতাৰ বিষয়ত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে দাসে পদত্যাগ পত্ৰৰ জড়িয়তে মুকলি ক্ষোভ ব্যক্ত কৰিছিল।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অতুল বৰাই “মন্ত্ৰিত্বতকৈ জাতি ঊৰ্ধ্বত” বুলি কৈ মন্ত্ৰীপদ ত্যাগ কৰাৰ পাছত পুনৰ মন্ত্ৰীৰ আসনত বহা কাৰ্য্যক ধিক্কাৰ দিছিল দাসে। তেওঁ ইয়াৰ পৰিণামৰ কথাও সকীয়াই দিছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে,  অসম আন্দোলনৰ নেতা বুবুল দাসে ১৯৯১ আৰু ১৯৯৬ চনত দুবাৰকৈ জাগীৰোড সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ উপৰি প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কাৰ্য্যকালত মীন বিভাগৰ মন্ত্ৰীও আছিল। তেওঁ মৰিগাঁও জিলা অগপৰ তিনিবাৰৰ সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ দুবাৰৰ উপ-সভাপতিও আছিল।

Tags: নিৰ্বাচন ২০১৯

Recent News

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd